কামৰূপ জিলাৰ হাজো সমষ্টিৰ অন্তৰ্গত বাৰাংহাটী অঞ্চলৰ এদল শিক্ষিত যুৱকৰ কৃষি বিপ্লৱৰ সূচনাই ৰাইজৰ মাজত সন্তুষ্টি প্ৰকাশ পাইছে৷উল্লেখ্য যে বিগত জুনমাহত অঞ্চলটোত হোৱা প্ৰলয়ংকৰী বানে কৃষক সকলক জৰুলা কৰিছিল৷তাৰ পিচতে এইসকল যুৱকে হাত সাৱতি বহি নেথাকি অসম চৰকাৰৰ কৃষি বিভাগৰ জৰিয়তে পোনতে কেইবা বিঘা মাটিত মুগুমাহৰ খেতি কৰে৷ইয়াৰ পিচতে ওচৰৰে গড়পোট বৰঘুলি পথাৰৰ কেইবা বিঘা মাটিত আলু খেতি আৰম্ভ কৰে৷চৰকাৰে যোগান ধৰা কেইবা কুইণ্টল আলুৰে আজি বীজ ৰোপনৰ শুভাৰম্ভণি কৰে৷যুৱক সকলে জানিব দিয়ামতে ইয়াৰ পিচতে সৰিয়হ খেতি কৰাৰ বাবেও প্ৰয়োজনীয় মাটি প্ৰস্তুত কৰিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સિંહણ નું વીજ કરન્ટ થી મોત ખેડૂતે સળગાવી બોડી ? II GirSinhan #Lion #Gir #Crime #Criminal
સિંહણ નું વીજ કરન્ટ થી મોત ખેડૂતે સળગાવી બોડી ? II GirSinhan #Lion #Gir #Crime #Criminal
ડીસામાં સગીરાને લગ્નની લાલચે યુવક ભગાડી જતાં ચકચાર
બનાસકાંઠાના ડીસામાં ઘરની સામે રહેતો યુવક 14 વર્ષીય સગીરાને ભગાડી ગયો હોવાની ઘટના સામે આવી છે. જે...