আকৌ আহিল হেঁপাহৰ আঘোণ। অসমৰ গ্ৰামঞ্চলৰ চহা কৃষক, দাৱনী সকল ব্যস্ত হৈ পৰিছে সোণগুটি চপোৱাত।