বানত ডুবি আছে মৰনৈ গাওঁৰ পঞ্চায়তৰ ভেট তলি গাৱঁৰ বহুসংখ্যক পৰিয়াল।ৰাজ্য জুৰি অব্যাহত আছে বানৰ তাণ্ডৱ।ধাৰাসাৰ বৰষুণ আৰু বাঢ়নী পানীয়ে বুৰাই পেলাইছে বিস্তৃনৰ অঞ্চল।সমান্তৰাল ভাবে ঢকুৱাখনা বিধান সভা সমষ্টিৰ মৰনৈ গাওঁ পঞ্চায়ত ৰ ভেটতলি গাঁৱটো অপৰিবৰ্তীত ৰূপত বানত প্লাবিত হৈ আছে।বানত ডুবি আছে শতাধিক পৰিয়াল ।গৃহবন্দী হৈ পৰিছে ৰাইজ ।যাৰ বাবে খাদ্য ,পানীকে ধৰি জীৱন নিৰ্বাহ কৰাত সমস্যাৰে জৰ্জৰিত হৈ পৰিছে অঞ্চলটোৰ জনসাধাৰণ ।খাবলৈ নাপাই হাহাঁহকৰ কৰি আছে জনসাধাৰণ।।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Heart Disease: बचपन में फिजिकल एक्टिविटी की कमी के हो सकते हैं गंभीर परिणाम, जानें क्या कहती है नई स्टडी
बच्चों की लाइफस्टाइल में अब काफी बदलाव आ चुका है। उनका ज्यादातर समय घर में कंप्यूटर के सामने...
हीटवेव से हुई मौतों पर सरकार को देना होगा मुआवजा,हाईकोर्ट ने दे दिया आदेश !
राजस्थान में इन दिनों गर्मी का सितम अपने चरम पर है। इसी बीच राजस्थान हाईकोर्ट ने हीटवेव से हो...
মাদ্ৰাছা বন্ধ কৰাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া লেখক অমল চন্দ্ৰ কোঁৱৰৰ
মাদ্ৰাছা বন্ধ কৰাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া লেখক অমল চন্দ্ৰ কোঁৱৰৰ