দিখৌমুখত আজিটো পৰ্যন্ত নিৰ্মাণ নহ’ল এখনো দলং 

বিপদ সংকুল কৈ চলিছে দিখৌমুখ সৰাগুৰি পাৰ ঘাট। এই পাৰ ঘাট ৰ দ্বাৰা দৈনিক শশ পৰ্যটক পৰিভ্ৰমণ কৰে ঐতিহাসিক আজানপীৰ দৰগাহ লৈ কিন্তু আজিটো পৰ্যন্ত নিৰ্মাণ নহ’ল এখন দলং | যাতায়তৰ ক্ষেত্ৰত বহু সমস্যা সৃষ্টি হৈছে ইয়াৰ স্থানীয় ব্যক্তি সকলৰ |