নাজিৰা মহকুমাত বৰ্তমান চলি থকা জল জীৱন আঁচনিত অধীনৰ পানী যোগান প্ৰকল্পসমূহৰ বিতং অগ্ৰগতি সন্দৰ্ভত আলোচনাৰ বাবে মহকুমাধিপতি আয়ুষী জৈন মহোদয়াৰ পৌৰহিত্যত কাৰ্যালয়ৰ সভাকক্ষত এখনি সভা অনুষ্ঠিত হয়। সভাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াসকল, TPI এজেন্সি, বিদ্যুৎ বিভাগৰ বিষয়া তথা প্ৰকল্পৰ অনুমোদন লাভ কৰা সংশ্লিষ্ট ঠিকাদাৰসকল উপস্থিত থাকে। সভাত মহকুমাধিপতি মহোদয়াই প্ৰতিটো প্ৰকল্পৰ কামৰ অগ্ৰগতি তথা আনুসংগিক বিষয়াসমূহ বিতংভাৱে আলোচনা কৰে। তেখেতে সময়সুচী অনুসৰি প্ৰকল্পসমূহ সম্পূৰ্ণ কৰি তুলিবলৈ আদেশ দিয়ে আৰু সকলো অভিযন্তাক নিয়মীয়াকৈ ক্ষেত্ৰসমূহ পৰিদৰ্শন কৰিবলৈ আহ্বান জনায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
আৰ্জেণ্টিনাৰ মাউণ্ট একংকাগোৱা পৰ্বত আৰোহণ কৰিবলৈ আগবঢ়া নৱ ফুকনক ৰাজহুৱা শুভেচ্ছা জ্ঞাপন
আৰ্জেণ্টিনাৰ মাউণ্ট একংকাগোৱা পৰ্বত আৰোহণ কৰিবলৈ আগবঢ়া নৱ ফুকনক ৰাজহুৱা শুভেচ্ছা জ্ঞাপন
સુરતમાં ભાજપની હજુ સુધી ઉમેદવારોની યાદી જાહેર થઈ નથી.
ભાજપમાંથી એક બેઠક દીઠ ત્રણ નામો મોકલાયા હતા
વિધાનસભાની પ્રથમ તબક્કાની ચૂંટણી માટે ઉમેદવારી...
राहुल गांधी और स्मृति ईरानी के हार और जीत के समीकरण क्या कहते है जानिए
4 जून 2024 को लोकसभा चुनाव के परिणाम घोषित होंगे, लेकिन उससे पहले देशभर के सट्टा बाजार अलग-अलग...
સેવાલીયા સી.પી.પટેલ હાઇસ્કુલ તથા તન્મય પ્રાયમરી સ્કૂલમાં શાળા પંચાયતની ચુંટણી યોજાઈ
ગળતેશ્વર તાલુકાના મુખ્ય મથક સેવાલીયા ખાતે આવેલ સી.પી.પટેલ હાઇસ્કુલ તથા તન્મય પ્રાયમરી સ્કૂલમાં...
স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অসম আৰক্ষীলৈ সুখবৰ
স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অসম আৰক্ষীলৈ সুখবৰ
হোজাই ৰ SP বৰুণ পুৰকায়স্থলৈ বিশেষ সেৱা মেডেল...