নলবাৰী জিলাৰ ঘগ্ৰাপাৰস্থিত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান এম বি চিয়াচ একাডেমিৰ নৱাগত আদৰণি সভাত কন্ঠশিল্পী বাবু বৰুৱা আৰু চমচেৰ আলীৰ সংগীত পৰিবেশে জিপাল কৰি তোলে বিদ্যালয় চৌহদ৷উল্লেখ্য যে ব্যক্তিগত শিক্ষানুষ্ঠান খনৰ আজি অনুষ্ঠিত নৱাগত আদৰণী সভাত আমন্ত্ৰিত অতিথি হিচাবে উপস্থিত থাকে প্ৰাগ নিউজৰ কাৰ্য্যবাহী সম্পাদক দেৱজত ভূঞাঁ৷ভাষন প্ৰসংগত বিশিষ্ট সাংবাদিক গৰাকীয়ে ছাত্ৰছাত্ৰী সকলক নিজৰ জাতিৰ পৰম্পৰা পাহৰি নাযাবলৈ আহ্বান জনাই৷সভাখনত সভাপতিত্ব কৰে অধ্যক্ষ হামিদ আলীয়ে৷আনহাতে সভাত আন এজন আমন্ত্ৰিত অতিথি সাংবাদিক মৌচম বৈশ্যই ও সাৰুৱা ভাষন দিয়ে৷সভাৰ আতধৰে শিক্ষানুষ্ঠান খনৰ সঞ্চালক বসন্ত হালৈ৷সভাত অৱসৰপ্ৰাপ্ত শিক্ষাবিদ অচ্যুত গোস্বামী,পৰেশ ডেকায়ো অংশগ্ৰহণ কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
2024 को लेकर सियासी बिसात बिछाने में जुटी BJP, यूपी को मिल सकता है नया प्रभारी, CR पाटिल के नाम की अटकलें तेज
लखनऊ : अगले साल होने वाले लोक सभा चुनाव के लिए भाजपा में संगठनात्मक बदलाव हो सकते हैं।...
विनयभंगाचा गुन्हा दाखल असलेला गेवराई येथील आरोपी विश्वनाथ जाधव यास तात्काळ अटक करा - अॅड.प्रेरणा सूर्यवंशी
बीड (प्रतिनिधी):- पोलीस स्टेशन तलवाडा ता.गेवराई येथे विश्वनाथ जाधव या आरोपी विरूध्द शेतात काम...
આસ્થા વિકલાંગ ચેરીટેબલ ટ્રસ્ટ ખાતે તાલુકા કોંગ્રેસે સ્વ.રાજીવ ગાંધીની જન્મ જયંતી ની ઉજવણી
આજરોજ રાજીવગાંધી જીની જન્મજ્યંતી નિમિતિ કેશોદ ખાતે આસ્થા વિકલાંગ ટ્રસ્ટ માં વિકલાંગ બાળકોને ભોજન...
জিলা প্ৰশাসনৰ উদ্যোগত মাজুলীত লোক কল্যাণ দিৱস উদযাপন
সমগ্ৰ ৰাজ্যখনৰ লগতে মাজুলী জিলাতো আজি ইংৰাজী 5.08.2022 তাৰিখে জিলা প্ৰশাসনৰ উদ্যোগত ভাৰত...
Realme Note 50 की लॉन्चिंग डेट हुई कन्फर्म, इस दिन लॉन्च होगा रियलमी का नया स्मार्टफोन
रियलमी अपने ग्राहकों के लिए Realme Note 50 को लॉन्च करने जा रहा है। कंपनी ने इस फोन की लॉन्चिंग...