নলবাৰী জিলাৰ ঘগ্ৰাপাৰস্থিত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান এম বি চিয়াচ একাডেমিৰ নৱাগত আদৰণি সভাত কন্ঠশিল্পী বাবু বৰুৱা আৰু চমচেৰ আলীৰ সংগীত পৰিবেশে জিপাল কৰি তোলে বিদ্যালয় চৌহদ৷উল্লেখ্য যে ব্যক্তিগত শিক্ষানুষ্ঠান খনৰ আজি অনুষ্ঠিত নৱাগত আদৰণী সভাত আমন্ত্ৰিত অতিথি হিচাবে উপস্থিত থাকে প্ৰাগ নিউজৰ কাৰ্য্যবাহী সম্পাদক দেৱজত ভূঞাঁ৷ভাষন প্ৰসংগত বিশিষ্ট সাংবাদিক গৰাকীয়ে ছাত্ৰছাত্ৰী সকলক নিজৰ জাতিৰ পৰম্পৰা পাহৰি নাযাবলৈ আহ্বান জনাই৷সভাখনত সভাপতিত্ব কৰে অধ্যক্ষ হামিদ আলীয়ে৷আনহাতে সভাত আন এজন আমন্ত্ৰিত অতিথি সাংবাদিক মৌচম বৈশ্যই ও সাৰুৱা ভাষন দিয়ে৷সভাৰ আতধৰে শিক্ষানুষ্ঠান খনৰ সঞ্চালক বসন্ত হালৈ৷সভাত অৱসৰপ্ৰাপ্ত শিক্ষাবিদ অচ্যুত গোস্বামী,পৰেশ ডেকায়ো অংশগ্ৰহণ কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
‘PM Modi has a problem when Congress provides benefits to poor’: Mallikarjun Kharge
Kharge's comments came a day after Rajasthan chief minister Ashok Gehlot announced to waive...
"સેવા પરમો ધર્મ" યુક્તિને સાર્થક કરતા ઉદાહરણ સ્વરૂપે...
"સેવા પરમો ધર્મ "............દાહોદ અનાજ મહાજન સાર્વજનિક એજ્યુકેશન સોસાયટી સંચાલિત સ્કૂલ આર એન્ડ...
ગુજરાત વિધાનસભા 2022ની ચૂંટણી જાહેર કરાઈ બે તબક્કામાં મતદાન યોજાશે
ગુજરાત રાજ્યની વિધાનસભાની 2022ની ચૂંટણીઓનું આજ રોજ એલાન કરવામાં આવ્યું છે જેમાં બે તબક્કામાં કુલ...
દાંતીવાડા ડેમમાં કૂદકો મારી વિડિઓ બનાવી વાયરલ કર્યો..
દાંતીવાડા ડેમમાં કૂદકો મારી વિડિઓ બનાવી વાયરલ કર્યો..