চাকৰি দিয়াৰ নামত বিভিন্নজনৰ পৰা ধন সংগ্ৰহ কৰি আত্মহাৎ কৰাৰ অভিযোগত সোণাৰি আৰক্ষীৰ জালত এজন। চাকৰিত চাকৰিৰ প্ৰলোভনেৰে লাখ লাখ টকা আত্মসাত কৰাৰ অভিযোগত এজনক আটক ।সোণাৰি আৰক্ষীয়ে আটক কৰিছে অমৃত গগৈ নামৰ লোকজনক। আটকাধীন অমৃত গগৈ চৰাইদেউ জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যলয়ত মুখ্য গাণনিক বিষয়া ৰূপে কৰ্মৰত। চৰাইদেউ জিলাৰ লগতে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ ব্যক্তিক চাকৰি দিয়াৰ নামত লাখ লাখ টকা আত্মসাত কৰাৰ অভিযোগ অমৃত গগৈৰ বিৰুদ্ধে। অভিযুক্ত অমৃত গগৈক সোণাৰি আৰক্ষী থানাত সোধ পোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
હડાળા ગામે ઉપવાસમાં પડેલા ભારે વરસાદના લીધે સ્થાનિક નદી પર બાંધવામાં આવેલ ચેકડેમ છલકાયો
હડાળા ગામે ઉપવાસમાં પડેલા ભારે વરસાદના લીધે સ્થાનિક નદી પર બાંધવામાં આવેલ ચેકડેમ છલકાયો
કેશોદ પોલીસે કૃરતાપૂર્વક 21 ઘેટા બકરાને લઈ જતી મોટરકાર ને ઝડપી પાડી, 3 શખ્સોની કરી અટકાયત
કેશોદ પોલીસે કૃરતાપૂર્વક 21 ઘેટા બકરાને લઈ જતી મોટરકાર ને ઝડપી પાડી, 3 શખ્સોની કરી અટકાયત
સવાયા ગુજરાતીમાં ડો.રાજેન્દ્રકુમાર ભગત
#buletinindia #gujarat #savayagujarati
শিৱসাগৰ প্ৰেছ ক্লাৱতকৈ সৰু সাংসদ অজিত কুমাৰ ভুঞাৰ দ’ল | আজি এই মন্তব্য কৰে পবিত্ৰ মাৰ্ঘেৰিটাই |
শিৱসাগৰ প্ৰেছ ক্লাৱতকৈ সৰু সাংসদ অজিত কুমাৰ ভুঞাৰ দ’ল | আজি এই মন্তব্য কৰে পবিত্ৰ...