চাকৰি দিয়াৰ নামত বিভিন্নজনৰ পৰা ধন সংগ্ৰহ কৰি আত্মহাৎ কৰাৰ অভিযোগত সোণাৰি আৰক্ষীৰ জালত এজন। চাকৰিত চাকৰিৰ প্ৰলোভনেৰে লাখ লাখ টকা আত্মসাত কৰাৰ অভিযোগত এজনক আটক ।সোণাৰি আৰক্ষীয়ে আটক কৰিছে অমৃত গগৈ নামৰ লোকজনক। আটকাধীন অমৃত গগৈ চৰাইদেউ জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যলয়ত মুখ্য গাণনিক বিষয়া ৰূপে কৰ্মৰত। চৰাইদেউ জিলাৰ লগতে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ ব্যক্তিক চাকৰি দিয়াৰ নামত লাখ লাখ টকা আত্মসাত কৰাৰ অভিযোগ অমৃত গগৈৰ বিৰুদ্ধে। অভিযুক্ত অমৃত গগৈক সোণাৰি আৰক্ষী থানাত সোধ পোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પ્રતિબંધીત ઇ-સિગારેટ : કિ.રૂ.૨૭,૭૦૦/- ના જથ્થા સાથે એક ઇસમને નિકોલ, શુકન ચાર રસ્તા પાસે પકડી પાડતી એસ.ઓ.જી. ક્રાઇમ બ્રાન્ચ, અમદાવાદ શહેર
સુપરવિઝન તથા પોલીસ ઇન્સ્પેકટરશ્રી એ.ડી.પરમાર નાઓના માર્ગદર્શન હેઠળ પો.સ.ઇ.શ્રી
એસ.યુ.ઠાકોર...
PORBANDAR પોરબંદર એસ ટી ડેપોને એકસ્ટ્રા બસોથી ૬ દિવસમાં ૯ લાખથી વધુની આવક 08 11 2022
PORBANDAR પોરબંદર એસ ટી ડેપોને એકસ્ટ્રા બસોથી ૬ દિવસમાં ૯ લાખથી વધુની આવક 08 11 2022
জাতীয় সংগ্ৰামী সেনা অসমৰ ব্যতিক্ৰমী পদক্ষেপশাৰদীয় দুৰ্গা পূজা উপলক্ষ্যে মঙ্গলবাৰে জাতীয় সংগ্ৰামী
জাতীয় সংগ্ৰামী সেনা অসমৰ ব্যতিক্ৰমী পদক্ষেপ
শাৰদীয় দুৰ্গা পূজা উপলক্ষ্যে মঙ্গলবাৰে...
ભાભર દીયોદર હાઈવે ઉપર સર્જાયો ગોઝારો અકસ્માત
ભાભર દીયોદર હાઈવે ઉપર સર્જાયો ગોઝારો અકસ્માત
મોડેલ સ્કુલ વિંજલપર દ્વારા તિરંગા રેલી યોજાઇ
મોડેલ સ્કુલ વિંજલપર દ્વારા તિરંગા રેલી યોજાઇ