বীৰ শ্বহীদ বীৰছা মুণ্ডাৰ ১৪৭ সংখ্যক জন্মজয়ন্তী উলহ মালহেৰে উদযাপন কৰা হয় । টিংখাঙৰ বামুণবাৰী চাহ বাগিচা খেলপথাৰত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা বিশাল অনুষ্ঠানটোত আজি হাজাৰ হাজাৰ ৰাইজৰ সাংস্কৃতিক শোভাযাত্ৰাই মোহিলে ৰাইজক । অভিভক্ত ডিব্ৰুগড়-তিনিচুকীয়া জিলা সমিতি, জিলা মহিলা সমিতিৰ উদ্যোগত তথা বামুণবাৰী, মৰাণ, খোৱাং, বৰবৰুৱা, টিংখাং ৰাজগড় আঞ্চলিক সমিতি আৰু ৰাইজৰ সহযোগত অনুষ্ঠিত হৈছে এই সভা । সপ্তম পঞ্চবাৰ্ষিক অধিৱেশনৰ কালি কেইবাটাও কাৰ্যসূচীৰে আৰম্ভ হোৱা অনুষ্ঠানটোৰ আজি পুৱাৰ ভাগত সামুহিক চাফাই অভিযানে কাৰ্যসূচী আৰম্ভ হয় । ইয়াৰ পিছতে শ্বহীদ বীৰ বীৰছা মুণ্ডাৰ প্ৰতিছবিত মাল্যাপন, মুণ্ডা মহাসভাৰ প্ৰয়াত কৰ্মীসকলৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন আৰু বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হয় । এই সাংস্কৃতিক শোভাযাত্ৰাত চাহ জনগোষ্ঠীৰ বিভিন্ন ধৰণৰ কলা-কৃষ্টি প্ৰদৰ্শন কৰা হয় । ইফালে ইয়াৰ পিছতে অনুষ্ঠিত মুকলি সভাত কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকি বীৰছা মুণ্ডাৰ জীৱন পৰিক্ৰমাৰ ওপৰত ভাষণ আগবঢ়ায় । বন্ধ বাতিল কৰিবলৈ মুণ্ডা মহাসভাই আহ্বান জনোৱাৰ পিছত ছয় জনগোষ্ঠী যৌথ মঞ্চই নামানি বন্ধ বাহাল ৰখাত দুখ প্ৰকাশ কৰিছে মুণ্ডা মহাসভাই ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
રાજકોટ: 22 વર્ષીય પરિણીતાએ અગમ્ય કારણોસર લોખંડના પાઇપમાં દુપટ્ટો બાંધી ફાંસો ખાઇ આપઘાત કર્યો
રાજ્યમાં અવાર-નવાર આત્મહત્યાના બનાવો સામે આવતા જ હોય છે. દુધસાગર રોડ પર માજોઠીનગરમાં રહેતા...
दीपावली से पहले महालक्ष्मी योग में खरीदारी का मुहूर्त:24 को गुरु पुष्य और 6 बड़े योग, 752 साल बाद बनेगा ऐसा संयोग
24 अक्टूबर, गुरुवार को पुष्य नक्षत्र रहेगा। गुरुवार को होने वाले पुष्य नक्षत्र को गुरु पुष्य या...
સુમુલ ડેરીના દૂધના ભાવમાં વધારો
#buletinindia #gujarat #surat
अकनिर कविता घर,असम केंद्रीय समिति (रोहा)की य्गारह सदस्यीय बारहपुजीया आंचलिक समिति गठित।
अकनिर कविता घर,असम केंद्रीय समिति (रोहा)की य्गारह सदस्यीय बारहपुजीया आंचलिक समिति...