জামুগুৰিহাটৰ বহু কৃষি পথাৰ এইবাৰ ছনে পৰাৰ শংকাই দেখা দিছে। কিয়নো শাওনৰ পথাৰত জামুগুৰিহাটৰ বহু কৃষি পথাৰত ৰুবলৈ নাই কঠিয়া। জেঠৰ মাহত কঠিয়া ডাঙৰ হোৱাৰ সময়ত এইবাৰ বৰষুণৰ পৰিমাণ বৃদ্ধি পোৱাৰ ফলত বহু স্থানত সিচা কঠিয়া পানীৰ তলত বুৰ গৈ মৰি যোৱাৰ ফলত কঠিয়াৰ নাটনিয়ে দেখা দিছে কৃষকৰ মাজত। অঞ্চলটোৰ বৰপথাৰ,চকীঘাট পথাৰকে ধৰি বহু পথাৰত কৃষকে এতিয়া কঠিয়াৰ অভাৱৰ বাবেই খেতি কৰিব নোৱাৰি চিন্তিত হৈ পৰিছে।ইফালে যি সমূহ পথাৰত কৃষকে ইতিমধ্যে ৰোপন কাৰ্য সম্পন্ন কৰিছে সেই সমূহ পথাৰতো সূৰ্যৰ প্ৰখৰ তাপৰ বাবে পানী শুকাবলৈ লোৱাত চিন্তিত হৈ পৰিছে চহা খেতিয়ক সকল। গভীৰ শংকা আৰু অনিশ্চয়তাত ভোগা এই সকল কৃষকক ৰাজ্যৰ কৃষি বিভাগৰ তৰফৰ পৰা কঠিয়াৰ যোগান ধৰি ধান খেতিৰ পথাৰডৰা সেউজীয়া কৰাত সহযোগিতা আগবঢ়াবলৈ দাবী জনাইছে কৃষক ৰাইজে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
जाना था पटना पहुंचा दिया उदयपुर, इंडिगो ने पार की लापरवाही की इन्तहा
इंडिगो एयरलाइंस के कर्मचारियों की लापरवाही का बड़ा मामला सामने आया है जिसमें एक शख्स को दिल्ली से...
পশ্চিম দৰঙৰ বিষ্ণুপুৰত বেচৰকাৰী সংস্থা "চেভ দ্যা চিলড্ৰেন"ৰ উদ্যোগত বানাক্ৰান্তক সাহাৰ্য প্ৰদান
পশ্চিম দৰঙৰ বিষ্ণুপুৰত বেচৰকাৰী সংস্থা "চেভ দ্যা চিলড্ৰেন"ৰ উদ্যোগত ...
क्या यूनुस खान राजस्थान में कर रहे है कोई बड़ा खेल,डिनर डिप्लोमेसी के निकाले जा रहे कई मायने
राजस्थान में राज्यसभा उपचुनाव की तारीखों का ऐलान होते ही सरगर्मियां बढ़ने लगी हैं. प्रदेश की दो...
আজি গণেশ চতুৰ্থী মঙ্গলদৈতো অনুষ্ঠিত হয়
আজি গণেশ চতুৰ্থী । মঙ্গলদৈতো অনুষ্ঠিত হয়
UPI services officially launched in Sri Lanka and Mauritius.
February 12, 2024
UPI services officially launched in Sri Lanka and Mauritius.