পশ্চিম দৰঙৰ বিষ্ণুপুৰত বেচৰকাৰী সংস্থা "চেভ দ্যা চিলড্ৰেন"ৰ উদ্যোগত বানাক্ৰান্তক সাহাৰ্য প্ৰদান কৰা হয় । বুঢ়া গাও পঞ্চায়ত ৰ অন্তৰ্গত হালধা,নাওদিঙা,দুৰদুৰীয়া,বুঢ়াদৈ,বিষ্ণুপুৰ আদি গাওৰ প্ৰায় পাচ শতাধিক লোকৰ মাজত সাহাৰ্য প্ৰদান কৰে স্বেচ্ছাসেৱী সংস্থা টিয়ে। সংস্থাটিয়ে প্ৰতিটো পৰিয়াললৈ চাউল ৫২ কেজি,মিঠাতেল দুই লিটাৰ, ৰিফাইন দুই লিটাৰ,দাইল ৮ কেজি, খৰাহী,ট্ৰিপাল আদি সামগ্ৰী 'যোগান ধৰে।
পশ্চিম দৰঙৰ বিষ্ণুপুৰত বেচৰকাৰী সংস্থা "চেভ দ্যা চিলড্ৰেন"ৰ উদ্যোগত বানাক্ৰান্তক সাহাৰ্য প্ৰদান

