পেঙেৰী কাণ্ডৰ দায়িত্ব স্বীকাৰ আলফা(স্বাঃ)ৰ ৷ 

সংবাদ মাধ্যমলৈ  সংগঠনটোৰ বিবৃতি ৷ 

সেনা বাহিনীৰ ওপৰত চলোৱা আক্ৰমণক 'অপাৰেশ্যন লক্ষীপথাৰ' আখ্যা বিদ্ৰোহী সংগঠনটোৰ ৷ 

আক্ৰমণত কেইবাজনো সেনাবাহিনী জোৱান আহত হোৱাৰ দাবী আলফাৰ ৷