অহাকালি UPPL দলৰ সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি তামুলপুৰত BTR প্ৰধান প্ৰমোদ বড়োৰ বৃক্ষৰূপন কাৰ্যসূচী।