দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস উপলক্ষ্যে আজি সমগ্ৰ দেশৰ লগতে নাজিৰাৰ লিগিৰীপুখুৰীস্থ প্ৰথম অসম আৰক্ষী বাহিনীৰ মুখ্য চাউনীত আৰম্বনাপূৰ্ণ ভাৱে স্বাধীনতা দিৱস উদযাপন কৰা হয় | পুৱা চাউনীৰ আৱাসীৰ প্ৰতিঘৰতে ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পিছতে মুখ্য কাৰ্যালয়ৰ প্ৰশিক্ষণ পথাৰত কেন্দ্ৰীয় ভাৱে স্বাধীনতা দিৱস উদযাপন কৰে | প্ৰথম অসম আৰক্ষী বাহিনীৰ পেৰেডৰ পিছতে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি আৰক্ষী বাহিনীৰ অধিনায়ক মুছলেহউদ্দিন আহমেদে সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে স্বাধীনতা সংগ্ৰামত আত্মবলিদান দিয়া প্ৰতি গৰাকী বীৰ শ্বহীদৰ ত্যাগ ৰোমন্থন কৰি আত্মাৰ চিৰশান্তি কামনা কৰে |
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
वारंटी की जगह उसके भाई को पुलिस ने पकड़ा, पूछताछ के दौरान ब्रेन हेमरेज
आगरा:एक व्यक्ति का किसी मामले में वारंट जारी हुआ था। पुलिस ने उसे पकड़ने की जगह उसके भाई को पकड़...
Motorola Edge 50 Pro और iQOO Neo 9 Pro दोनों में कौन सा फोन बेस्ट, किसमें मिलता है दमदार परफॉर्मेंस
Motorola Edge 50 Pro दो स्टोरेज ऑप्शन में आता है। इसमें 8GB+12GB+256GB वेरिएंट उपलब्ध हैं। फोन...
प्रधानमंत्री ने किया श्री महाकाल लोक का लोकार्पण,
प्रधानमंत्री ने किया श्री महाकाल लोक का लोकार्पण,