নগাঁও, ৪ আগষ্ট: বিজেপি নেত্ৰী আঙুৰলতা ডেকাৰ বিৰুদ্ধে নগাঁৱত প্ৰতিবাদ ৷ তাই আহোম জনগোষ্ঠীক কৰা অপমান সূচক মন্তব্যৰ প্ৰতিবাদত তাই আহোম ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিয়ে গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসুচী ৷ নগাঁৱৰ শ্বহীদ স্মৃতি কলাক্ষেত্ৰৰ সমীপত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসুচী ৰূপায়ণ কৰি তাই আহোম ছাত্ৰ সন্থাই আঙুৰলতা ডেকাৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাই
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
চৰাইদেউ জিলা দবা প্ৰতিযোগিতা সম্পন্ন
সোণাৰিত চৰাইদেউ জিলা দবা প্ৰতিযোগিতা সম্পন্ন।
कोविड में जीवन देने वाले ऑक्सीजन प्लांटो की थमी सांसे, कोटा के सरकारी अस्पतालो के कई प्लांट बन्द
कोविड में जीवन देने वाले ऑक्सीजन प्लांटो की थमी सांसे, कोटा के सरकारी अस्पतालो के कई प्लांट बन्द
સિદ્ધપુર વિધાનસભાની વાત - કોંગ્રેસ ધારાસભ્યએ ભાજપને લઈને કહી આ વાત
સિદ્ધપુર વિધાનસભાની વાત - કોંગ્રેસ ધારાસભ્યએ ભાજપને લઈને કહી આ વાત
સસરાએ પુત્રવધુ પર નજર બગાડતા પુત્રએ પત્નિ તલાક આપી દેતાં પરણિતા ન્યાય માટે પોલીસના શરણે
દાહોદ શહેરમાં સસરાએ પુત્રવધુ પર નજર બગાડતા પુત્રએ પત્નિ તલાક આપી દેતાં પરણિતા ન્યાય માટે પોલીસના...