ৰঙিয়া মহকুমাৰ বৃহত্তৰ পশ্চিম বড়িগোগ মৌজাৰ অন্তৰ্গত অন্বেষণ স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত আৰু পশ্চিম বড়িগোগ দৌলপুখুৰীপাৰ হাইস্কুলৰ সহযোগত আজি শিশু দিৱস উদযাপন কৰে৷তদুপলক্ষে ছাত্ৰছাত্ৰীৰ মাজত ঠাইতে লিখা ৰচনা প্ৰতিযোগিতা আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰে৷প্ৰায় ডেৰশতাধিক ছাত্ৰছাত্ৰীয়ে উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে৷উক্ত কাৰ্য্যসূচী পৰিচালনাত হাইস্কুল খনৰ প্ৰধানশিক্ষক আব্দুল মোন্নাফ,সহঃশিক্ষক ক্ৰমে ভবেশ কলিতা,দীপক কুমাৰ দাস,সুনীতা দেৱী,বসন্ত বড়ো,জয়শ্ৰী নাথ,অজন্তা ডেকাকে ধৰি বিদ্যালয়ৰ সকলো কৰ্মচাৰীৰ লগতে এন জি অটোৰ ফালৰ পৰা সম্পাদক দেৱজিত তালুকদাৰ,সদস্য ক্ৰমে বিশ্বজিত পাটোৱাৰী,কৌশিক কলিতা,ত্ৰিদীপ কলিতা,গীতাশ্ৰী কলিতা,ধীৰাজ শইকীয়া,কংকন কলিত,মনজিত দাস সমন্বিতে কেইবাজনো সদস্যই সহযোগ কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
બોડેલી : પ્રાંત કક્ષાનો વિશ્વાસથી વિકાસ યાત્રા કાર્યક્રમ યોજાયો
બોડેલી : પ્રાંત કક્ષાનો વિશ્વાસથી વિકાસ યાત્રા કાર્યક્રમ યોજાયો
शिक्रापूर पोलिसांनी एकाला केले एक वर्षासाठी स्थानबद्ध
शिक्रापूर पोलिसांनी एकाला केलं एक वर्षासाठी स्थानबद्ध
( शिक्रापूर प्रतिनिधी ) सणसवाडी ता. शिरूर...
Low budget Diet to Gain Weight FAST | जल्दी Weight बढ़ाने की सस्ती डाइट
Low budget Diet to Gain Weight FAST | जल्दी Weight बढ़ाने की सस्ती डाइट
Indriya Aditya Birla Jewellery, enters Karnataka with its first store in Bengaluru
Bengaluru, 4th October, 2025: The Silicon City of India, a vibrant blend of innovation and...
ઉદ્યોગનગર પોલીસના ગુજસીટોકના ગુનામાં ચાર આરોપી
ઉદ્યોગનગર પોલીસના ગુજસીટોકના ગુનામાં ચાર આરોપી પોરબંદર એલ.સી.બી.ના હાથે ઝડપાયા
પોરબંદર...