আজি কাকতিবাৰী-ৰাজগড় পথত সংঘটিত পথ দুৰ্ঘটনাত কথমপি প্ৰাণৰক্ষা পৰিল ১৬ জন লোকৰ। কাকতিবাৰী আৰক্ষী থানাৰ অন্তৰ্গত টিমন নম্বৰত সংঘটিত হয় দুৰ্ঘটনাটো। ভজোৰপৰা টিমন অভিমুখী AS04 V 7690 নম্বৰৰ মাৰুটি ভানখনৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাৰ ফলত পথৰ দাঁতিত থকা দ' খাৱৈত বাগৰি পৰে পৰে বাহনখন। ইয়াৰ পৰিপ্ৰেক্ষিতত দুটি শিশুৰ লগতে এগৰাকী লোক আঘাতপ্ৰাপ্ত হয়। উল্লেখ্য যে তীব্ৰ বেগী বাহনখনত শিশুসহ মুঠ ১৬ জন আৰোহী আছিল যদিও সৌভাগ্য ক্ৰমে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ পৰা ৰক্ষা পৰিল আটাইয়ে। ইফালে দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়াত কাকতিবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাত পতিত বাহনখন উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
উষা চাহ বাগিছাত অসম চাহ মজদুৰ সংঘ বাগান শাখা সহযোগত উপ-কৰ্মচাৰীৰ প্ৰাপ্যৰ দাবীত ৩ ঘণ্টা ধমঘট কাৰ্যসূচী।
উষা চাহ বাগিছাত অসম চাহ মজদুৰ সংঘ বাগান শাখা সহযোগত উপ-কৰ্মচাৰীৰ ধৰ্মঘট কাৰ্যসূচী
સમી : દેશી બંદૂક સાથે એક ઈસમની ધરપકડ કરતી સમી પોલીસ | SatyaNirbhay News Channel
સમી : દેશી બંદૂક સાથે એક ઈસમની ધરપકડ કરતી સમી પોલીસ | SatyaNirbhay News Channel
Shimla Landslide: शिमला में अब तक 16 शव बरामद, राज्य में आपदा पर क्या बोले CM (BBC Hindi)
Shimla Landslide: शिमला में अब तक 16 शव बरामद, राज्य में आपदा पर क्या बोले CM (BBC Hindi)
ગાંધીનગરમાં જૂના સચિવાલયમાં લાગી આગ
#buletinindia #gujarat #gandhinagar