আজি কাকতিবাৰী-ৰাজগড় পথত সংঘটিত পথ দুৰ্ঘটনাত কথমপি প্ৰাণৰক্ষা পৰিল ১৬ জন লোকৰ। কাকতিবাৰী আৰক্ষী থানাৰ অন্তৰ্গত টিমন নম্বৰত সংঘটিত হয় দুৰ্ঘটনাটো। ভজোৰপৰা টিমন অভিমুখী AS04 V 7690 নম্বৰৰ মাৰুটি ভানখনৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাৰ ফলত পথৰ দাঁতিত থকা দ' খাৱৈত বাগৰি পৰে পৰে বাহনখন। ইয়াৰ পৰিপ্ৰেক্ষিতত দুটি শিশুৰ লগতে এগৰাকী লোক আঘাতপ্ৰাপ্ত হয়। উল্লেখ্য যে তীব্ৰ বেগী বাহনখনত শিশুসহ মুঠ ১৬ জন আৰোহী আছিল যদিও সৌভাগ্য ক্ৰমে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ পৰা ৰক্ষা পৰিল আটাইয়ে। ইফালে দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়াত কাকতিবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাত পতিত বাহনখন উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મહેસાણા રોગચાળો વકર્યો@live24newsgujarat
મહેસાણા રોગચાળો વકર્યો@live24newsgujarat
AAP ENTRY IN LOKSABHA: लोकसभा में हुई Kejriwal की AAP की धांसू एंट्री! ।DilliTak।
AAP ENTRY IN LOKSABHA: लोकसभा में हुई Kejriwal की AAP की धांसू एंट्री! ।DilliTak।
ಬೆಂಗಳೂರಿನ ರಾಜ್ಯ ಸರ್ಕಾರಿ ನೌಕರರ ಭವನದಲ್ಲಿ ರಾಜ್ಯ ಸರ್ಕಾರಿ ನಿವೃತ್ತ ನೌಕರರ ಹಾಗೂ ಹಿರಿಯ ನಾಗರಿಕರ ಸಮಸ್ಯೆಗಳ ಕುರಿತು ವಿಚಾರ ಸಂಕಿರಣ ಆಯೋಜಿಸಲಾಗಿತ್ತು.
ಬೆಂಗಳೂರು, ಫೆಬ್ರವರಿ 25, 2026
ಬೆಂಗಳೂರಿನ ರಾಜ್ಯ ಸರ್ಕಾರಿ ನೌಕರರ ಭವನದಲ್ಲಿ ರಾಜ್ಯ ಸರ್ಕಾರಿ ನಿವೃತ್ತ...