বালিপৰাত ৰাষ্ট্ৰীয় পতাকা বিক্ৰী কেন্দ্ৰ মুকলি ৷ "আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি এই কেন্দ্ৰ মুকলি কৰা হয়। ঘৰে ঘৰে জাতীয় পতাকা উত্তোলনৰ লক্ষৰে এই কেন্দ্ৰটো মুকলি কৰা হয়। নবাৰুন মণ্ডল পৰ্য্যায়ৰ সংগঠনৰ উদ্যোগত মুকলি কৰা হয় এই কেন্দ্ৰটো। বালিপৰাৰ মাজমজিয়াৰ কেন্দ্ৰস্থলত মুকলি কৰা হয় এই কেন্দ্ৰটো। ৰাইজৰ বাবে সুলভ মূল্যত যোগান ধৰা হৈছে এই ৰাষ্ট্ৰীয় পতাকা।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মণিপুৰত আছাম ৰাইফলছৰ সৈতে মত বিনিময় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ
ইম্ফল, ১৯ আগষ্ট। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শুকুৰবাৰে মণিপুৰৰ মন্ত্ৰিপুখৰীস্থিত আছাম ৰাইফলছ...
Sharda Sinha Passed Away: नहीं रहीं लोकगायिका शारदा सिन्हा, Delhi के AIIMS में हुआ निधन
Sharda Sinha Passed Away: नहीं रहीं लोकगायिका शारदा सिन्हा, Delhi के AIIMS में हुआ निधन
Delhi News: Apollo Hospital में बिना दर्द 30 मिनट में हो सकेगी Brain Tumor Surgery | Aaj Tak
Delhi News: Apollo Hospital में बिना दर्द 30 मिनट में हो सकेगी Brain Tumor Surgery | Aaj Tak