পুনৰ বিতৰ্কত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰসংগ। শ্ৰীমন্ত শংকৰদেৱ সংঘক আহোম বিদ্বেষী আখ্যা আহোম জনগোষ্ঠীয় সংগঠনৰ। চকলং বিবাহ কেন্দ্ৰীক বিতৰ্কৰ ওৰ পেলাবলৈ টাই আহোম যুৱ পৰিষদ অসমৰ সৈতে সোণাৰিত অনুষ্ঠিত এক আলোচনাত আহোম জনগোষ্ঠীৰ ওচৰত ক্ষমা বিচাৰিছিল সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈৰ লগতে মূলৰ যুটীয়া সম্পাদক ড: দুৰ্লভ পাঠক আৰু সাহিত্য শাখাৰ সভাপতি মৃণাল বৰুৱাই। এই কথাতেই ক্ষুণ্ণ হৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় বিষয়ববীয়াৰ বৈঠকত তিনিওগৰাকীৰ বিৰুদ্ধে অনুশাসন মূলক ব্যৱস্থাৰ অধীনত নিষ্ক্ৰিয় কৰা যোজা চলা বুলি অভিযোগ উত্থাপন হৈছে। উল্লেখ্য যে যোৱা ৮ নৱেম্বৰত গুৱাহাটীৰ ৰূপনগৰত অনুষ্ঠিত সভাপতি-সম্পাদক সকলৰ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি অহা ১৯ নৱেম্বৰত অনুষ্ঠিত হবলগীয়া মূলৰ কাৰ্যনিৰ্বাহক সভাত এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত এতিয়া পুনৰ ক্ষুব্ধ উঠিছে টাই আহোম যুৱ পৰিষদ অসম।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Breakingলোকসভা সমষ্টিত কিৰেণ ৰিজিজুয়ে আহক,সৰ্বানন্দ সোনোৱালে আহক,অমিত শ্বাহ আহক নাইবা
Breakingলোকসভা সমষ্টিত কিৰেণ ৰিজিজুয়ে আহক,সৰ্বানন্দ সোনোৱালে আহক,অমিত শ্বাহ আহক নাইবা
રાજ્યમાં વાહનોને સ્ક્રેપ કરવા માટે ઓનલાઈન અરજી કરી શકાશે
કેન્દ્ર સરકાર દ્વારા વ્હીકલ સ્ક્રેપીંગ ફેસીલિટીના નિયમો જાહેર કરાયા
રજિસ્ટ્રેશન અને સ્ક્રેપીંગની કાર્પદ્ધતિ અંગેના નિયમો જાહેર કરાયા
છેલ્લા કેટલાક સમયથી સરકાર દ્વારા કચેરીના ધક્કા ખાવામાંથી મુક્
રાજ્યમાં વાહનોને સ્ક્રેપ કરવા માટે ઓનલાઈન અરજી કરી શકાશે
કેન્દ્ર સરકાર દ્વારા વ્હીકલ સ્ક્રેપીંગ...
સુરેન્દ્રનગર જિલ્લાના ગાજણવાવ ગામે 70 ફૂટ ઊંડા બોરમાં બાળકી ફસાતા તંત્રમાં દોડધામ
સુરેન્દ્રનગર જિલ્લાના ગાજણવાવ ગામે 70 ફૂટ ઊંડા બોરમાં બાળકી ફસાતા તંત્રમાં દોડધામ
ઈડર વડાલી ૨૮ સીટ સર કરવા Aam Aadmi Party ઈડરનાં માર્ગો પર પંજાબ સાંસદ રાઘવ ચડ્ડાએ બાઇક રેલી | Dpnews
ઈડર વડાલી ૨૮ સીટ સર કરવા Aam Aadmi Party ઈડરનાં માર્ગો પર પંજાબ સાંસદ રાઘવ ચડ્ડાએ બાઇક રેલી | Dpnews