পুনৰ বিতৰ্কত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰসংগ। শ্ৰীমন্ত শংকৰদেৱ সংঘক আহোম বিদ্বেষী আখ্যা আহোম জনগোষ্ঠীয় সংগঠনৰ। চকলং বিবাহ কেন্দ্ৰীক বিতৰ্কৰ ওৰ পেলাবলৈ টাই আহোম যুৱ পৰিষদ অসমৰ সৈতে সোণাৰিত অনুষ্ঠিত এক আলোচনাত আহোম জনগোষ্ঠীৰ ওচৰত ক্ষমা বিচাৰিছিল সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈৰ লগতে মূলৰ যুটীয়া সম্পাদক ড: দুৰ্লভ পাঠক আৰু সাহিত্য শাখাৰ সভাপতি মৃণাল বৰুৱাই। এই কথাতেই ক্ষুণ্ণ হৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় বিষয়ববীয়াৰ বৈঠকত তিনিওগৰাকীৰ বিৰুদ্ধে অনুশাসন মূলক ব্যৱস্থাৰ অধীনত নিষ্ক্ৰিয় কৰা যোজা চলা বুলি অভিযোগ উত্থাপন হৈছে। উল্লেখ্য যে যোৱা ৮ নৱেম্বৰত গুৱাহাটীৰ ৰূপনগৰত অনুষ্ঠিত সভাপতি-সম্পাদক সকলৰ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি অহা ১৯ নৱেম্বৰত অনুষ্ঠিত হবলগীয়া মূলৰ কাৰ্যনিৰ্বাহক সভাত এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত এতিয়া পুনৰ ক্ষুব্ধ উঠিছে টাই আহোম যুৱ পৰিষদ অসম।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જસદણના વીરનગર ગામે આમ આદમી પાર્ટી દ્વારા આજે રાત્રે મિટિંગનું આયોજન ઢોલ વગાડી ગ્રામજનોને જાણ કરાય
જસદણના વીરનગર ગામે આમ આદમી પાર્ટી દ્વારા આજે રાત્રે મિટિંગનું આયોજન ઢોલ વગાડી ગ્રામજનોને જાણ કરાય...
MP में नहीं मिला इलाज, मां की गोद में तोड़ा दम| EMS TV 01-Sep-2022
MP में नहीं मिला इलाज, मां की गोद में तोड़ा दम| EMS TV 01-Sep-2022
সানেকুছি ৰাজ্যিক চিকিৎসালয়ৰ অৱসৰপ্ৰাপ্ত এ এন এম জুলন কোচঁ(মামনি ডেকা)ৰ মৃত্যু
নলবাৰী জিলাৰ ঘগ্ৰাপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত সানেকুছি ৰাজ্যিক চিকিৎসালয়ৰ...
साइबर क्राइम एक्सपर्ट प्रताप ने अनजान बहन के लिए डोनेट की एसडीपी
टीम जीवन दाता द्वारा त्यौहार के सीजन में भी लोगों की निरंतर मदद की जा रही है, ऐसे में ग्रामीण...