কালৰ বুকুত হেৰাই যোৱা স্বাধীন অসমৰ সোনালী ঐতিহ্য।। 

আহোম যুগৰ স্বৰ্ণীল ঐতিহ্য বিৰজিত বৰ্ণিল এখনি বস্ত।। 

যি বস্তৰে নিৰ্মাণ হৈছিল আহোম ৰজাৰ পাগুৰি ফাচু, ৰাণীৰ ব্লাউজ ফাচু, ৰিহা ফা্মাই।। 

অতি পাতল, মিহি আৰু পানী দিলে পানী নসৰকা বস্তখনে দাঙি ধৰে অসমীয়া শিপিনীৰ সমৃদ্ধিৰ চানেকি।। 

আৰু সোনৰ গুণাদিয়া ৰজাই লোৱা চেলেঙ, ৰজৰ সন্মুখৰ আসনত পৰা সোনৰ গুণাকৰা বিশেষ বস্তু।। 

দক্ষিণপাট সত্ৰৰ বৰ ভড়ালত দুস্পাপ্য হৈ পৰা বস্ত কেইভাগ অ- সংৰক্ষিত অৱস্থাত পৰি ৰৈছে আজিও।।