লাক্ষীমপুৰ জিলা ক্ৰিয়া সন্থাৰ পৰা অংশগ্ৰহণ কৰি ঘিলামৰা ইন্দিবৰ হাজৰিকাই ১৫০০মিটাৰ দৌৰ প্ৰতিযোগিতাত স্বৰ্ণ পদক আৰু৮০০মিটাৰ দৌৰ প্ৰতিযোগিতাত ব্ৰঞ্জ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ইন্দিবৰৰ ঘিলামৰা ঘাঁহি গাওঁৰ উপেন্দ্ৰ হাজৰিকা আৰু সেউটি হাজৰিকা কণিষ্ঠ পুত্ৰ।ঢকুৱাখনা সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি দীপাংকৰ দাস,ঘিলামৰা ব্লক যুৱ কংগ্ৰেছৰ কাৰ্য্যকৰী সভাপতিসহ এটা যুৱ কংগ্ৰেছৰ এটা দলে ইন্দিবৰ বাসগৃহত সম্বৰ্ধনা জনাই আৰু অনাগত সময় দেশৰ হৈ নাম কৰিবলৈ শুভেচ্ছা জনাই।।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીસામાં નાયબ કલેક્ટર કચેરી ખાતે ધારાસભ્ય,મામલતદાર, અધિકારીઓ ની અગત્યની બેઠક બેઠક યોજાઇ હતી
ડીસામાં નાયબ કલેક્ટર કચેરી ખાતે ધારાસભ્ય,મામલતદાર, અધિકારીઓ ની અગત્યની બેઠક બેઠક યોજાઇ હતી
दरा-कनवास मार्ग पर दो बाईकों में आमने-सामने हुई भिडंत में एक की मौत
कोटा. दरा व कनवास के बीच मुख्य सड़क मार्ग पर रात्रि को आमने सामने दो बाइक सवारों की जोरदार भिड़ंत...
'ખુશ્બુ ગુલાબ કી" : ભાલપંથકની ધરતીમાં નિખરતા ગુલાબોની ફોરમ નવયુગલોના હૈયે સ્પર્શી.
આણંદ જિલ્લાના તારાપુર પંથક એટલે કાળી ચીકણી જમીન ધરાવતું પંથક.હાલ અપૂરતું પાણી અને ખેતીની વૈકલ્પિક...
क्यों खरीदना महंगा स्मार्ट TV? 4 हजार से कम में आ गया Android प्रोजेक्टर, 100-इंच की स्क्रीन में मिलेगा मजा
TecSox LUMA LED पोर्टेबल एंड्रॉयड प्रोजेक्टर को भारत में लॉन्च किया गया है। ये एक किफायती कीमत...