লাক্ষীমপুৰ জিলা ক্ৰিয়া সন্থাৰ পৰা অংশগ্ৰহণ কৰি ঘিলামৰা ইন্দিবৰ হাজৰিকাই ১৫০০মিটাৰ দৌৰ প্ৰতিযোগিতাত স্বৰ্ণ পদক আৰু৮০০মিটাৰ দৌৰ প্ৰতিযোগিতাত ব্ৰঞ্জ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ইন্দিবৰৰ ঘিলামৰা ঘাঁহি গাওঁৰ উপেন্দ্ৰ হাজৰিকা আৰু সেউটি হাজৰিকা কণিষ্ঠ পুত্ৰ।ঢকুৱাখনা সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি দীপাংকৰ দাস,ঘিলামৰা ব্লক যুৱ কংগ্ৰেছৰ কাৰ্য্যকৰী সভাপতিসহ এটা যুৱ কংগ্ৰেছৰ এটা দলে ইন্দিবৰ বাসগৃহত সম্বৰ্ধনা জনাই আৰু অনাগত সময় দেশৰ হৈ নাম কৰিবলৈ শুভেচ্ছা জনাই।।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મહુવા તાલુકાના સણવલ્લા ખાતે સાબરકાંઠાની 46 મહિલા ખેડૂતોએ ગૌ આધારિક પ્રકૃતિ ખેતીની તાલીમ મેળવી
આત્મા પ્રોજેક્ટ સાબરકાંઠાના ઉપક્રમે સાબરકાંઠાના પ્રાતિજ તાલુકાની 46મહિલા ખેડૂતો સુરત જિલ્લાના...
চিত্ৰাংকণ আৰু সাংস্কৃতিক কৰ্মশালা
শ’লমাৰিত চিত্ৰাংকণ আৰু সাংস্কৃতিক কৰ্মশালাৰ সামৰণি অনুষ্ঠান
চৰাইদেউ জিলাৰ...
ধেমাজি পৌৰসভা প্ৰাঙ্গনত অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযানৰ সহযোগত ত্ৰিৰংগা বিক্ৰী কেন্দ্ৰ "শুভ উদ্বোধন কৰে"
ধেমাজি ২৬জুলাই,দেশৰ মাননীয় প্ৰধান মন্ত্ৰীৰ ডাঙৰীয়া আগ্ৰহ ক্ৰমে সকলো ঘৰে ঘৰে তিৰঙ্গা পাতকা উৰুৱা...
ASHTON GRAY INVESTMENT HOSTS GRYVOLVE
ASHTON GRAY INVESTMENT HOSTS GRYVOLVE
This painting on cloth is divided into 9 panels, each contained within a delicately painted border.
This painting on cloth is divided into 9 panels, each contained within a delicately painted...