সম্প্ৰতি ৰাস মহোৎসৱ লৈ উথপথপপৰিবেশৰ সৃষ্টি হৈছে সমগ্ৰ নলবাৰী৷যোৱা সাত নবেম্বৰত পূৱা পতাকা উত্তোলনৰে শুভাৰম্ভ কৰা ৰাস মহোৎসৱত ইতিমধ্যে অজস্ৰ ৰাইজৰ সমাগম হৈছে৷দূৰদুৰণীৰ পৰা অহা ৰাইজে ভীৰ কৰিছে নলবাৰীৰ পবিত্ৰ হৰিমন্দিৰ বাকৰি৷ সকলো ফালে মানুহে মানুহ নলবাৰী চহৰত৷

উল্লেখযোগ্য যে উক্ত আকৰ্ষনীয় ৰাস মহোৎসৱৰ লগতে কেইটাটাও আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদলে নাট প্ৰদৰ্শন কৰিব৷১৯ নবেম্বৰলৈ চলিব লগা উক্ত ৰাস মহোৎসৱ উপলক্ষে অহা ওঠৰ নবেম্বৰত নলবাৰী জিলাত স্থানীয় বন্ধ ঘোষণা কৰিছে৷আজি জিলা উপায়ুক্তই এক অধীসূচণা যোগে উক্ত বন্ধ ঘোষণা কৰিছে৷৷