নুমলীগড়ৰ মৰঙি মৌজাৰ ন ন অঞ্চললৈ সম্প্ৰসাৰিত বনৰীয়া হাতীৰ উপদ্ৰৱ ৷বনৰীয়া হাতীৰ ধাৰাবাহিক উপদ্ৰৱত ত্ৰাহি মধুসুদন সুৱঁৰিছে গঞাই ৷ মঙলবাৰে উৰে নিশা মৰঙিৰ তেলীয়া গাওঁ, ধলাকছাৰীকে আদি কৰি কেবাখনো গাৱঁৰ ধাননি পথাৰ , বাৰী- ঘৰ তহিলং কৰাৰ পিছত বুধবাৰে হাবি গাঁৱ, পৰজাবস্তি, পোৰাজংঘল, হালধিবাৰী, গৰঙা আদি অঞ্চলত উপদ্ৰৱ চলাই ৭০-৮০জনীয়া এটা হাতীৰ জাকে নিদ্ৰা হৰিছে ৷ বৰ্তমান উদয়ন চাহ বাগিছাৰ পথৰ কাষতে আশ্ৰয় গ্ৰহণ কৰি হাতীৰ জাকটোৱে একপ্ৰকাৰ আতংকিত কৰি তুলিছে অঞ্চলবাসীক ৷ যাৰ ফলত বিদ্যালয়লৈ অহা বিদ্যাৰ্থী সকল পুণৰ ঘৰমুৱা হৈছে ৷ আতংকিত অঞ্চলবাসীয়ে নিজৰ সন্তানক বিদ্যালয়লৈ পঠোৱাৰ ক্ষেত্ৰত শংকিত হৈ পৰিছে ৷ বন বিভাগৰ নিৰ্লিপ্ত ভূমিকাইয়ো অধিক চিন্তিত কৰিছে মৰঙিবাসী ৰাইজক ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
42 घंटे तक की बैटरी लाइफ और बेहतरीन साउंड क्वॉलिटी वाले Moto के दो नए Earbuds हुए लॉन्च, जानें प्राइस और खूबियां
मोटोरोला ने भारत में अपने दो नए इयरबड्स को लॉन्च किया है। जिसे Moto Buds और Moto Buds + नाम दिया...
रामगंजमंडी में निकाली साईं बाबा की रथ यात्रा, झमाझम बारिश में भी कम नही हुआ उत्साह
गुरुपूर्णिमा के अवसर पर रविवार को रामगंजमंडी भक्तिमय रहा। गुरु पूर्णिमा महोत्सव की चारों ओर धूम...
મેડિકલ કોલેજની ફિમાં કરવામાં આવેલ તોતિંગ ફિ વધારા મુદ્દે ડીસા ઈન્ડિયા ગઠબંધન દ્વારા નાયબ કલેક્ટરને
મેડિકલ કોલેજની ફિમાં કરવામાં આવેલ તોતિંગ ફિ વધારા મુદ્દે ડીસા ઈન્ડિયા ગઠબંધન દ્વારા નાયબ કલેક્ટરને
Top Money Making Stocks | आज Buy या Sell करने से होगा आपको ज्यादा फायदा ? | 4 Ka Chauka Picks
Top Money Making Stocks | आज Buy या Sell करने से होगा आपको ज्यादा फायदा ? | 4 Ka Chauka Picks