নুমলীগড়ৰ মৰঙি মৌজাৰ ন ন অঞ্চললৈ সম্প্ৰসাৰিত বনৰীয়া হাতীৰ উপদ্ৰৱ ৷বনৰীয়া হাতীৰ ধাৰাবাহিক উপদ্ৰৱত ত্ৰাহি মধুসুদন সুৱঁৰিছে গঞাই ৷ মঙলবাৰে উৰে নিশা মৰঙিৰ তেলীয়া গাওঁ, ধলাকছাৰীকে আদি কৰি কেবাখনো গাৱঁৰ ধাননি পথাৰ , বাৰী- ঘৰ তহিলং কৰাৰ পিছত বুধবাৰে হাবি গাঁৱ, পৰজাবস্তি, পোৰাজংঘল, হালধিবাৰী, গৰঙা আদি অঞ্চলত উপদ্ৰৱ চলাই ৭০-৮০জনীয়া এটা হাতীৰ জাকে নিদ্ৰা হৰিছে ৷ বৰ্তমান উদয়ন চাহ বাগিছাৰ পথৰ কাষতে আশ্ৰয় গ্ৰহণ কৰি হাতীৰ জাকটোৱে একপ্ৰকাৰ আতংকিত কৰি তুলিছে অঞ্চলবাসীক ৷ যাৰ ফলত বিদ্যালয়লৈ অহা বিদ্যাৰ্থী সকল পুণৰ ঘৰমুৱা হৈছে ৷ আতংকিত অঞ্চলবাসীয়ে নিজৰ সন্তানক বিদ্যালয়লৈ পঠোৱাৰ ক্ষেত্ৰত শংকিত হৈ পৰিছে ৷ বন বিভাগৰ নিৰ্লিপ্ত ভূমিকাইয়ো অধিক চিন্তিত কৰিছে মৰঙিবাসী ৰাইজক ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
6 Tips For Healthy Skin (Science Based)| My Evidence-Based Skincare Routine | How to Have Glass Skin
7 दिन में Pimples / Acne को जड़ से खत्म करें || Home Remedies For Pimples/Acne (in Hindi)
১নং গৰুৱাঝাৰত মাদ্ৰাচা শিক্ষানুষ্ঠানৰ শুভ মুকলি।
মুকলি কৰে বিটিচি উপমুখ্য কাৰ্যবাহী তথা ওদালগুৰি বিধানসভা সমষ্টিৰ বিধায়ক গবিন্দ চন্দ্ৰ...
লক্ষ্মী পূজাৰ নিশা মৰাণৰ নতুন মাঝি গাওঁত পুখুৰীত পৰি মৃত্যু হ'ল তিনি সন্তানৰ মাতৃৰ
লক্ষ্মী পূজাৰ নিশা মৰাণৰ নতুন মাঝি গাওঁত পুখুৰীত পৰি মৃত্যু হ'ল তিনি সন্তানৰ মাতৃৰ
Telangana Elections 2023: Rahul Gandhi ने PM Modi पर साधा निशाना, कहा- पीएम मोदी और KCR मिले हुए हैं
Telangana Elections 2023: Rahul Gandhi ने PM Modi पर साधा निशाना, कहा- पीएम मोदी और KCR मिले हुए हैं