তেজপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা। তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় পথত ডাম্পাৰ আৰু টেম্পোৰ মাজত সংঘটিত হয় পথ দুৰ্ঘটনা। ডাম্পাৰৰ খুন্দাত টেম্পোট থকা মুঠ ১৩ গৰাকী মহিলা শ্ৰমীক গুৰুতৰ ভাৱে আহত। এগৰাকীৰ অৱস্হা সংকটজনক। দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰৰ পলায়ন। টেম্পো খনৰ নম্বৰ As-12-CC-0566।আটাইকে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়। সংকটজনক অৱস্হাত ছাৰিজনক তেজপুৰ মেডিকেল কলেজ হাস্পিটালয়লৈ প্ৰেৰণ কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
কোকৰাঝাৰ দীন দয়াল উপাধ্যায় কৌশল বিকাশ কেন্দ্ৰ পৰা কৰ্ম সংস্থাপনৰ নামত বহি ৰাজ্যলৈ নিয়া এগৰাকী যুৱতীক বলপূৰ্বক অপকৰ্মত লিপ্ত কৰোৱাৰ অভিযোগ
https://youtu.be/8bUFCuoqzNs
কোকৰাঝাৰ দীন দয়াল উপাধ্যায় কৌশল গ্ৰামীণ বিকাশ যোজনাৰ অধীনত বহি...
93 BN BSF દ્વારા નિરમા યુનિવર્સિટી, અમદાવાદ ખાતે અમારા દળોને જાણો થીમ સાથે શસ્ત્ર પ્રદર્શન યોજાયું
93 BN BSF દ્વારા નિરમા યુનિવર્સિટી, અમદાવાદ ખાતે અમારા દળોને જાણો થીમ સાથે શસ્ત્ર પ્રદર્શન યોજાયું
Israel Hamas conflict: इजराइल ने हमास पर जवाबी हमला, डर से भागे आतकी!| Breaking
Israel Hamas conflict: इजराइल ने हमास पर जवाबी हमला, डर से भागे आतकी!| Breaking
ग्रामीण भागातील विद्यार्थ्यांचा टेंपोतून धोकादायक प्रवास ; बस अभावी विद्यार्थ्यांचा जीव धोक्यात
यवतमाळ : कोरोनाच्या दोन वर्षांच्या संसर्गानंतर मागील काही महिन्यांपूर्वी शाळा, महाविद्यालयसुरू...
संभागीय आयुक्त को किसानों ने सौंपा मांग पत्र, उचित भाव निर्धारण नहीं हुआ तो मंडियों को करायेगें बन्द
बूंदी। हाड़ोती के धान उत्पादक किसानों को उचित भाव नहीं मिलने से किसानो में निराशा फेली हुई है, इस...