তেজপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা। তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় পথত ডাম্পাৰ আৰু টেম্পোৰ মাজত সংঘটিত হয় পথ দুৰ্ঘটনা। ডাম্পাৰৰ খুন্দাত টেম্পোট থকা মুঠ ১৩ গৰাকী মহিলা শ্ৰমীক গুৰুতৰ ভাৱে আহত। এগৰাকীৰ অৱস্হা সংকটজনক। দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰৰ পলায়ন। টেম্পো খনৰ নম্বৰ As-12-CC-0566।আটাইকে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়। সংকটজনক অৱস্হাত ছাৰিজনক তেজপুৰ মেডিকেল কলেজ হাস্পিটালয়লৈ প্ৰেৰণ কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
1 દેશી બનાવટનો તમંચો તથા 2 જીવતા કારતૂસ સાથે 1 વ્યકિતને વટવાથી ઝડપી લેતી અમદાવાદ, ક્રાઈમ બ્રાન્ચ
1 દેશી બનાવટનો તમંચો તથા 2 જીવતા કારતૂસ સાથે 1 વ્યકિતને વટવાથી ઝડપી લેતી અમદાવાદ, ક્રાઈમ બ્રાન્ચ
জেহাদী নামত নিৰীহ ধৰ্মীয় সংখ্যালঘু লোকক নিৰ্যাতন কৰিছে হিমন্ত চৰকাৰ - অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ
জেহাদী নামত নিৰীহ ধৰ্মীয় সংখ্যালঘু লোকক নিৰ্যাতন কৰিছে হিমন্ত চৰকাৰ - অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ
দিল্লী সংৰক্ষিত বনাঞ্চলত অৰুণাচলীৰ জৰীপ সন্দৰ্ভত জিলা বন বিষয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ
দিল্লী সংৰক্ষিত বনাঞ্চলত অৰুণাচলীৰ জৰীপ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিৱসাগৰ জিলা বন...
સમાનતા દિવસની ઉજવણી કરાય
"મહિલા સમાનતા દિવસ-૨૦૨૨" ની ઉજવણીના ભાગરૂપે પોલીસ હેડકવાર્ટર મહિલા આંતરિક ફરીયાદ સમિતિ દ્વારા...