মাহৰাৰ হেলাইগুৰিত আমন্ত্ৰণমূলক প্ৰাইজমণি ফুটবল প্ৰতিযোগিতা।মাহমৰাৰ সমষ্টিৰ অন্তৰ্গত হেলাইগুৰি-বটুৱা ৰাজহুৱা খেলপথাৰত আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতাৰ আয়োজন।হেলাইগুৰিৰ প্ৰগতিশীল যুৱ সমাজৰ উদ্যোগত আয়োজন কৰা হৈছে ফুটবল প্ৰতিযোগিতাখনৰ।১৩ নৱেম্বৰৰ পৰা অনুষ্ঠিত হব লগীয়া প্ৰতিযোগিতাখনত ক্ৰীড়াপ্ৰেমী ৰাইজৰ সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে উদযাপন সমিতিয়ে।প্ৰতিযোগিতাখনৰ প্ৰথম পুৰস্কাৰ হৈছে ২০ হাজাৰ টকা আৰু দ্বিতীয় পুৰস্কাৰ ১৫ হাজাৰ টকা।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
जगन्नाथ के भात, जगत पसारे हाथ... इन जयकारों के साथ निकली रथयात्रा
जगन्नाथ के भात, जगत पसारे हाथ... इन जयकारों के साथ निकली रथयात्रारथ यात्रा महोत्सव पर रथ में...
Kerala Organ trafficking: 5 साल से चल रहा था किडनी ट्रांसप्लांट का काम, ईरान जाने के लिए फर्जी पासपोर्ट का किया गया इस्तेमाल
हैदराबाद। केरल में ऑर्गन ट्रैफिकिंग मामले में बेलमकोंडा राम प्रसाद को गिरफ्तार किया गया है।...
Naresh Meena Arrest: नरेश मीणा की गिरफ्तारी से भड़के समर्थक, हाईवे जाम कर की आगजनी
Naresh Meena Arrest: नरेश मीणा की गिरफ्तारी से भड़के समर्थक, हाईवे जाम कर की आगजनी
চাপৰমুখত শিখ যুব ক্ৰিকেট লীগ।বিজয়ী বৰকলা (B)
ৰহাৰ চাপৰমুখ ত আজি চাপৰমুখ শিখ যুব সংঘৰ দ্বাৰা অনুষ্ঠিত শিখ যুব ক্ৰিকেট লীগত চাপৰমুখ, বৰকলা...