তিনিচুকীয়াৰ শিমলুগুৰিত ভয়ংকৰ ঘটনা। এগৰাকী কিশোৰী প্ৰেমিকাৰ দেউতাকে কাটিলে এজন কিশোৰ প্ৰেমিকৰ দুয়োখন কাণ৷ দাৰে ৰেপি ৰেপি দুয়োখন কাণ কটাৰ পিছতে ৰছীৰে বান্ধি পাশৱিক নিৰ্যাতন কিশোৰী গৰাকীৰ পিতৃৰ।

তিনিচুকীয়া জিলাৰ বৰডুমচা আৰক্ষী থানাৰ অন্তৰ্গত শিমলুগুৰি গাঁৱত সংঘটিত হৈছে এই অমানৱীয় ঘটনা৷