লাহৰীঘাটৰ বৰছলা আৰক্ষী চকীৰ অন্তৰ্গত নগাবন্ধাত স্হানীয় ৰাইজে বৃহৎ পৰিমাণৰ গাঞ্জাসহ এজন যুৱকক আটক কৰি চমজাই দিয়ে বৰচলা আৰক্ষীক। আটকাধীন যুৱক জনৰ নাম ছিদ্দিক আলী বুলি জানিব পৰা গৈছে। সম্প্ৰতি আৰক্ষীয়ে অব্যাহত ৰাখিছে সোধাপোছা।
লাহৰীঘাটৰ বৰছলা আৰক্ষী চকীৰ অন্তৰ্গত নগাবন্ধাত স্থানীয় ৰাইজে বৃহৎ পৰিমাণৰ গাঞ্জাসহ এজন যুৱকক আটক
![](https://i.ytimg.com/vi/IviElPXoIxM/hqdefault.jpg)
![Like](https://storage.googleapis.com/nerity.com/uploads/reactions/like.png)