সোণাৰিৰ সাপেখাতিত উপস্থিত ৰাজ্যৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্ত। সাপেখাতিত অনুষ্ঠিত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ কেন্দ্ৰীয় শিশু, যুৱ আৰু আই মাতৃ সমাৰোহত উপস্থিত হৈ ৰাইজক সম্বোধন কৰিলে মন্ত্ৰী গৰাকীয়ে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দি থৈ যোৱা অক্ষয় ভাণ্ডাৰৰ অমৃতপান কৰি অসমীয়া জাতি আজিও সঞ্জীৱিত হৈ আছে বুলি নিজৰ ভাষণত মন্তব্য আগবঢ়ায় মন্ত্ৰী গৰাকীয়ে। সাপেখাতিৰ শিৱপ্ৰসাদ বৰুৱা আৰু সুকুমাৰ বৰুৱা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত সমাৰোহ স্থলীত ৰাজ্যৰ কেবিনেট মন্ত্ৰী গৰাকীৰ লগত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকা, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰো উপস্থিত আছিল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વિશ્વહિન્દુ પરિષદ અને બજરંગ દળનાં સહયોગથી 751 યુવાનોને ત્રિશુલ દીક્ષા | SatyaNirbhay News Channel
વિશ્વહિન્દુ પરિષદ અને બજરંગ દળનાં સહયોગથી 751 યુવાનોને ત્રિશુલ દીક્ષા | SatyaNirbhay News Channel
Air India: एअर इंडिया की उड़ान में टपकने लगा पानी, लोगों का फूटा गुस्सा; सोशल मीडिया पर वायरल हुआ वीडियो
नई दिल्ली। गैटविक से अमृतसर जा रही एअर इंडिया की उड़ान में विमान के अंदर पानी टपकने लगा।...
संतुलन पाषाण शाळेत शिक्षक दिन साजरा
शिक्षक दिना निमित्त वंचित मुलांना शिक्षणाचा हक्क देणारे संतुलन पाषाण शाळेतील सर्व शिक्षक/ प्रेरक...