সোণাৰিৰ সাপেখাতিত উপস্থিত ৰাজ্যৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্ত। সাপেখাতিত অনুষ্ঠিত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ কেন্দ্ৰীয় শিশু, যুৱ আৰু আই মাতৃ সমাৰোহত উপস্থিত হৈ ৰাইজক সম্বোধন কৰিলে মন্ত্ৰী গৰাকীয়ে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দি থৈ যোৱা অক্ষয় ভাণ্ডাৰৰ অমৃতপান কৰি অসমীয়া জাতি আজিও সঞ্জীৱিত হৈ আছে বুলি নিজৰ ভাষণত মন্তব্য আগবঢ়ায় মন্ত্ৰী গৰাকীয়ে। সাপেখাতিৰ শিৱপ্ৰসাদ বৰুৱা আৰু সুকুমাৰ বৰুৱা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত সমাৰোহ স্থলীত ৰাজ্যৰ কেবিনেট মন্ত্ৰী গৰাকীৰ লগত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকা, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰো উপস্থিত আছিল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
*લવ જેહાદના વિરોધમાં ડીસા સજ્જડ બંધ*ધર્મપરિવર્તનની ઘટનાને લઈને ભારે રોષ
*લવ જેહાદના વિરોધમાં ડીસા સજ્જડ બંધ*ધર્મપરિવર્તનની ઘટનાને લઈને ભારે રોષ
ৰাষ্ট্ৰপতি বিজয় পিছতেই ধেমাজি বিজেপি মুখ্য কাৰ্যালয়ত বিজয় উল্লাস
ধেমাজি,২২জুলাই: ভাৰতীয় জনতা পাৰ্টি মুখ্য কাৰ্যালয় ৰাষ্ট্ৰপতি বিজয় উল্লাস উৎযাপন বিজেপি...
ઓટલા ઉપર બેસવા બાબતે મારામારી થતાં એક વ્યક્તિને ઈજા પહોંચી હોવાની ફરિયાદ પોલીસ ચોપડે નોંધાઈ
ચુડા તાલુકાના છલાળા ગામે ઓટલા ઉપર બેસવા બાબતે મારામારી થતાં એક વ્યક્તિને ઈજા પહોંચી હોવાની ફરિયાદ...
Global Market Alert | आज कहां जाएगा बाजार?ग्लोबल हालातों का भारतीय बाजार दिखेगा असर? |Anuj Singhal
Global Market Alert | आज कहां जाएगा बाजार?ग्लोबल हालातों का भारतीय बाजार दिखेगा असर? |Anuj Singhal