আজিৰ পৰা গুৱাহাটীৰ দেশ ভক্ত তৰুণ ৰাম ফুকন ইনডৰ ষ্টেডিয়ামত 12 সংখ্যক সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা মেজৰ ৰেংকিং টেবুল টেনিছ প্ৰতিযোগিতা আৰম্ভ হৈছে, 9টা দিন ধৰি চলিব লগীয়া টেবুল টেনিছ প্ৰতিযোগিতাখনত নগেন হাজৰিকা মেজৰ ৰেংকিং টেবুল টেনিছ আৰু আন্তঃজিলা টেবুল টেনিছখনো অনুষ্ঠিত হ'ব। 17 জিলাৰ 400ৰো অধিক খেলুৱৈয়ে অংশ গ্ৰহণ কৰিছে। প্ৰতিযোগিতাখনৰ আজি শুভাৰম্ভ কৰে ৰিণিকি শৰ্মা ভূঞাই। শুভাৰম্ভ কৰি তেওঁ কয় যে খেলুৱৈসকলে হাৰিম,হাৰিলে গালি খাব লাগিব নেকি এনেকুৱা শংকা লৈ কেতিয়াও খেলিব নালাগে, জনাখিনি আত্মবিশ্বাসৰে উজাৰি খেলিব লাগে বুলি মন্তব্য কৰে। এই শুভাৰম্পনী অনুষ্ঠানত ৰাধাগোবিন্দ বৰুৱাৰ নাতিনী ববিতা ৰাজখোৱা , প্ৰতিযোগিতাখনৰ মুখ্য ৰেফাৰীৰ দায়িত্বত থকা গোৱিন্দ উপাধ্যায়, অসম টেবুল টেনিছ সন্থাৰ সম্পাদক ত্ৰিদিৱ দুৱৰা, উপস্থিত থাকে, আৰম্ভণিতে ত্ৰিদিৱ দুৱৰাই ক্ৰমান্বয়ে অসম টেবুল টেনিছ আগুৱাই গৈ আছে আৰু খেলুৱৈ সকলে খেলাৰ লগতে পঢ়া-শুনাও বজাই ৰাখিব লাগে বুলি মন্তব্য কৰে,শেষত ৰিনিকি ভূঞা শৰ্মাই খেলি সামৰণি মাৰে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
জোনাইত ভয়ংকৰ পথ দূৰ্ঘটনা, দুজন থিতাতে নিহত, এজনক সংকটজনক অৱস্থাত AMCH লৈ পেৰণ
জোনাইত ভয়ংকৰ পথ দূৰ্ঘটনা, দুজন থিতাতে নিহত, এজনক সংকটজনক অৱস্থাত AMCH লৈ পেৰণ
ધાનેરા તાલુકા માં સરહદી વિસ્તાર માં રાજસ્થાન સરહદ નજીક રિંછ ના ધામાં
ધાનેરા તાલુકા માં સરહદી વિસ્તાર માં રાજસ્થાન સરહદ નજીક રિછ ના ધામાં
નેગાળા ગામ ની સિમ ની...
তথ্য-প্ৰমাণ নষ্ট কৰিবলৈ বিজেপি চৰকাৰে ভাঙিলে ৰিজ’ৰ্ট!
প্ৰতিবাদৰ অন্তত অংকিতাৰ শেষকৃত্য
উত্তৰাখণ্ডৰ শীৰ্ষস্থানীয় বিজেপি নেতা তথা প্ৰাক্তন মন্ত্ৰী বিনেদ আৰ্যৰ পুত্ৰৰ ৰিৰ্জৰ্টত সংঘটিত...