আজিৰ পৰা গুৱাহাটীৰ দেশ ভক্ত তৰুণ ৰাম ফুকন ইনডৰ ষ্টেডিয়ামত 12 সংখ্যক সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা মেজৰ ৰেংকিং টেবুল টেনিছ প্ৰতিযোগিতা আৰম্ভ হৈছে, 9টা দিন ধৰি চলিব লগীয়া টেবুল টেনিছ প্ৰতিযোগিতাখনত নগেন হাজৰিকা মেজৰ ৰেংকিং টেবুল টেনিছ আৰু আন্তঃজিলা টেবুল টেনিছখনো অনুষ্ঠিত হ'ব। 17 জিলাৰ 400ৰো অধিক খেলুৱৈয়ে অংশ গ্ৰহণ কৰিছে। প্ৰতিযোগিতাখনৰ আজি শুভাৰম্ভ কৰে ৰিণিকি শৰ্মা ভূঞাই। শুভাৰম্ভ কৰি তেওঁ কয় যে খেলুৱৈসকলে হাৰিম,হাৰিলে গালি খাব লাগিব নেকি এনেকুৱা শংকা লৈ কেতিয়াও খেলিব নালাগে, জনাখিনি আত্মবিশ্বাসৰে উজাৰি খেলিব লাগে বুলি মন্তব্য কৰে। এই শুভাৰম্পনী অনুষ্ঠানত ৰাধাগোবিন্দ বৰুৱাৰ নাতিনী ববিতা ৰাজখোৱা , প্ৰতিযোগিতাখনৰ মুখ্য ৰেফাৰীৰ দায়িত্বত থকা গোৱিন্দ উপাধ্যায়, অসম টেবুল টেনিছ সন্থাৰ সম্পাদক ত্ৰিদিৱ দুৱৰা, উপস্থিত থাকে, আৰম্ভণিতে ত্ৰিদিৱ দুৱৰাই ক্ৰমান্বয়ে অসম টেবুল টেনিছ আগুৱাই গৈ আছে আৰু খেলুৱৈ সকলে খেলাৰ লগতে পঢ়া-শুনাও বজাই ৰাখিব লাগে বুলি মন্তব্য কৰে,শেষত ৰিনিকি ভূঞা শৰ্মাই খেলি সামৰণি মাৰে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
কাকপথাৰ কাছিজান গাঁওত কাতি বিহু পালন।
কাকপথাৰ কাছিজান গাঁওত কাতি বিহু পালন।
સેવાસી રોડ પ્રિયા ટોકીઝ પાસે કેનાલમાં અજાણ્યા યુવકનો મૃતદેહ મળ્યો
સેવાસી રોડ પ્રિયા ટોકીઝ પાસે કેનાલમાં અજાણ્યા યુવકનો મૃતદેહ મળ્યો
Lok Sabha Election: Amit Shah और Arvind Kejriwal एक-दूसरे को लेकर इतने आक्रामक क्यों? (BBC Hindi)
Lok Sabha Election: Amit Shah और Arvind Kejriwal एक-दूसरे को लेकर इतने आक्रामक क्यों? (BBC Hindi)
Alert: Android यूजर्स के सिर मंडराया एक नया खतरा, सरकार ने जारी किया अलर्ट; स्मार्टफोन यूजर्स तुरंत करें ये काम
एंड्रॉइड फोन का इस्तेमाल करते हैं तो ध्यान दें ये जानकारी आपके लिए ही दी जा रही है। भारत सरकार के...
বাৰাংহাটীৰ একাংশ যুৱকৰ প্ৰশংসনীয় কাৰ্য্য: ঠিকনা বিহীন বৃদ্ধক শুশ্ৰূষাৰ অন্তত আৰক্ষীৰ সহযোগত অনাথ আশ্ৰমলৈ প্ৰেৰণ
ৰঙিয়া মহকুমাৰ পশ্চিম বড়িগোগ মৌজাৰ বাৰাংহাটী শ্ৰীশ্ৰী মাধৱ মন্দিৰৰ ওচৰত আজিৰ পৰা দুইদিনমান আগতে...