নামেৰী ৰাষ্ট্ৰীয় উদ্যানত আজিৰে পৰা পৰ্য্যটকৰ বাবে ট্ৰেকিং মুকলি ।আজি নামেৰী ৰাষ্ট্ৰীয় উদ্যানত পৰ্য্যটকসকলৰ বাবে আনুষ্ঠানিক ভাৱে মুকলি কৰা হ'ল ট্ৰেকিং। শোনিতপুৰ বন্য প্ৰানী ডিভিজনৰ প্ৰাক্তন DFO পংকজ শৰ্মাই শুভাৰাম্ভ কৰে এই ট্ৰেকিংৰ। জীয়া ভৰলী নদীৰ পাৰৰ পোটাশালি ঘাটত আজিৰে পৰে আনুষ্ঠানিকভাৱে মুকলি কৰে এই ট্ৰেকিংৰ। অসমৰ ৰাষ্ট্ৰীয় উদ্যান সমূহৰ ভিতৰত একমাত্ৰ ৫ কি.মি পৰ্য্যন্ত খোজ কাঢ়ি প্ৰাকৃতিক সৌন্দৰ্য্য আৰু পৰিভ্ৰমী পক্ষীৰ জলকেলিৰ নান্দনীক দৃশ্য উপভোগ কৰিব কৰিব পৰা একমাত্ৰ ৰাষ্ট্ৰীয় উদ্যান। পৰিভ্ৰমী পক্ষীৰ ৰম্যভূমি এই উদ্যানখনৰ আজি প্ৰথম পৰ্য্যটক ৰূপে উপস্থিত থাকে স্পেইনৰ এজন পৰ্য্যটক
Join our app to earn points & get the text & video content in your preffered language
 PLease Click Here to Join Now
 Search
 Categories
 - City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
  Upcoming Sedans: Maruti, Honda और Skoda इस साल लॉन्च करेंगी 3 नई सेडान, जानें डिटेल्स 
 
                      तीसरी पीढ़ी की Honda Amaze इस साल के अंत में त्यौहारी सीजन के आसपास पेश की जा सकती है। इसके...
                  
   કચ્છના માંડવી બીચમાં મોટો અકસ્માત 
 
                      #buletinindia gujarat #kutch
                  
   PM PM Modi interacts with ground level functionaries of G20summit at Bharat 
 
                      PM PM Modi interacts with ground level functionaries of G20summit at Bharat
                  
   परळी वकील सघांच्या अध्यक्षपदी अँड.नागरगोजे     
 
                      परळी , परळी वकील संघाच्या अध्यक्षपदी जेष्ट विधीज्ञ श्री. अँड. व्हि.बी.नागरगोजे यांची बहुमताने...
                  
   শ্ৰীমন্ত শংকৰদেৱ সংঘই ক্ষমা নুখুজিলে অহা ৬ নৱেম্বৰত চৰাইদেউ জিলা বন্ধ ঘোষণা কৰিব টাইপাই 
 
                      আহোম জনগোষ্ঠীৰ ওচৰত শংকৰদেৱ সংঘৰ বিষয়ববীয়াই ক্ষমা নুখুজিলে অহা ৬ নৱেম্বৰত চৰাইদেউ জিলা বন্ধ...
                  
   
  
  
   
  
   
   
  