লখিমপুৰ জিলাৰ নাওবৈছা আৰক্ষীয়ে আটক কৰিছে ২৫ টাকৈ চোৰাং গৰু সহ এখন ট্ৰাক। গোপন সুত্ৰৰ পম খেদি নাকা চেক বহাই আটক কৰে উক্ত ট্ৰাকখন। AS 04 BC 0204 নম্বৰৰ এখন ১২ চকীয়া ট্ৰাকত আনিছিল ২৫টা কৈ গৰু। উক্ত গৰু খিনি ফটেহপুৰ অঞ্চলৰ পৰা বৰছলা অভিমুখে আহি থকা অবস্থাতে আটক কৰে নাওবৈছা আৰক্ষীয়ে। জব্দ কৰা ট্ৰাক খনৰ ড্ৰাইভাৰ হেন্দিমেন সহ, গৰু খিনি লৈ অনা হয় নাওবৈছা আৰক্ষী চকীলৈ। ইতিমধ্যে ড্ৰাইভাৰ হেন্দিমেনক সোধাপোছা অব্যাহত ৰাখিছে যদিও প্ৰকৃত ব্যৱসায়িক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী প্ৰশাসন।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
शव को लिया कब्जे में क्षेत्राधिकारी सहित पुलिस मौके पर पहुंची
जनपद आजमगढ़ में,शव को लिया कब्जे में क्षेत्राधिकारी सहित पुलिस मौके पर पहुंची।सूत्रों के मुताबिक...
ધ્રાંગધ્રા નાં પ્રથુગઢ પાસે બાઇક ચાલક નું નીલગાય સાથે અથડાતા અકસ્માત સર્જાયો..
ધ્રાંગધ્રા નાં પ્રથુગઢ પાસે બાઇક ચાલક નું નીલગાય સાથે અથડાતા અકસ્માત સર્જાયો હતો..
બાઇક ચાલક ને...
टोपीबाज से लेकर डॉन तक... अतीक अहमद की मौत के बाद प्रयागराज में माफिया की दहशत के चर्चित किस्से
प्रयागराज: आज भले ही प्रयागराज के बचे-खुचे कुनबे के लिए कोई ठिकाना न बचा हो लेकिन उमेश पाल...
জু-ৰোডত নিৰ্মাণৰত ফ্লাই অ'ভাৰৰ লোহা পৰিল চলন্ত গাড়ীত; কথমপি প্ৰাণ ৰক্ষা দুজনৰ
মহানগৰীৰ AIDC-ত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। পথ দুৰ্ঘটনাত সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয় এখন...
Kolhapur : मलकापूर येथे खराब रस्त्याविरोधात ‘रासप’चे आंदोलन...BPN news network
Kolhapur : मलकापूर येथे खराब रस्त्याविरोधात ‘रासप’चे आंदोलन...BPN news network