হৰিনামৰ ৰসেৰে মুখৰিত হৈছে সাপেখাতি। সোণাৰিৰ সাপেখাতিত আজিৰেপৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিশেষ কাৰ্যসূচী। সাপেখাতিৰ সুকুমাৰ বৰুৱা আৰু শিৱপ্ৰসাদ বৰুৱা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ২৯ সংখ্যক কেন্দ্ৰীয় শিশু, যুৱ আৰু আই মাতৃ সমাৰোহ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ ভক্তৰ সমাবেশেৰে অনুষ্ঠিত হোৱা এই সমাৰোহৰ মুখ্য তোৰণ উন্মোচনেৰে শুভাৰম্ভ হোৱা সমাৰোহস্থলী এতিয়া উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
MP News: इंदौर में पेट्रोल डालकर जलाई गई प्रिंसिपल विमुक्ता शर्मा की मौत, सुबह चार बजे तोड़ा दम
इंदौर के बीएम कालेज आफ इंजीनियरिंग एंड फार्मेसी की प्राचार्य विमुक्ता शर्मा जिंदगी की जंग हार...
તડીપાર ઇસમને પકડી પાડી કાયદેસરની કાર્યવાહી કરતી
એસ.ઓ.જી. ક્રાઇમ બ્રાન્ચ, અમદાવાદ શહેર.
એસ.ઓ.જી.ક્રાઇમબ્રાંચ, અમદાવાદ શહેર
નાઓના સુપરવિઝન તથા પોલીસ ઇન્સ્પેકટરશ્રી એ.ડી.પરમાર નાઓના...
Sharda Sinha Passed Away: नहीं रहीं लोकगायिका शारदा सिन्हा, Delhi के AIIMS में हुआ निधन
Sharda Sinha Passed Away: नहीं रहीं लोकगायिका शारदा सिन्हा, Delhi के AIIMS में हुआ निधन
કાંકરેજ વિધાનસભા પર 7 ઉમેદવારો ચૂંટણી જંગના મેદાનમાં
🔴બ્રેકિંગ......
કાંકરેજ વિધાનસભા પર 7 ઉમેદવારો ચૂંટણી જંગના મેદાનમાં
চৰাইদেউ জিলা আৰক্ষীৰ উদ্যোগত বাইক ৰেলী
চৰাইদেউ জিলা আৰক্ষীৰ উদ্যোগত বাইক ৰেলী।
ভাৰতৰ স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আজি চৰাইদেউ...