ভকত-বৈষ্ণৱক আদৰিবলৈ সাজু সাপেখাতিৰ। কাইলৈৰপৰা সাপেখাতিত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ২৯ সংখ্যক কেন্দ্ৰীয় শিশু যুৱ আই মাতৃ সমাৰোহ। আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিব সোণাৰিৰ সাপেখাতিত। সাপেখাতীৰ সুকুমাৰ বৰুৱা আৰু শিৱপ্ৰসাদ বৰুৱা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব লগা সমাৰোহ খনৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে উদযাপন সমিতি। ৪, ৫ আৰু ৬ নৱেম্বৰত অনুষ্ঠিত হ'ব লগা ২৯সংখ্যক কেন্দ্ৰীয় শিশু যুৱ আইমাতৃ সমাৰোহ স্থলীত ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে চুবুৰীয়া ৰাজ্যসমূহৰ পৰা আহিবলগীয়া ভক্তপ্ৰাণ বৈষ্ণৱক আদৰিবলৈ সাজু উদযাপন সমিতি।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
सुरेखाताई मधुकरराव भोळे यांच्या पुतळ्याचा अनावरण सोहळा संपन्न.
सुरेखाताई मधुकरराव भोळे यांच्या पुतळ्याचा अनावरण सोहळा संपन्न.
કોવિડ 19 અટકાયતી પગલા અન્વયે આણંદ જનરલ હોસ્પિટલમાં મોકડ્રિલ.
કોવિડ 19 વિશ્વ મહામારી અંતર્ગત ભારત દેશમાં સરકારશ્રીના આદેશ અનુસાર સમગ્ર દેશમાં કોવિડ 19 રોગચારા...
DEESA/ડીસા માં ભંગારના વાડામાં આગ લાગતા અફડા તફડી મચી..
ડીસા માં ભંગારના વાડામાં આગ લાગતા અફડા તફડી મચી..
ડીસા ના ગવાડી વિસ્તારમાં ભંગાર માં આગ લાગી...