শতবৰ্ষ অতিক্ৰম কৰা দলবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গ্ৰন্থাগাৰ উন্মোচন। বিদ্যালয় খনৰ শতবৰ্ষ সামৰণি অনুষ্ঠান উদযাপন সমিতিৰ সভাপতি তথা সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে উদ্বোধন কৰিলে গ্ৰন্থাগাৰটো। উল্লেখ্য যে অহা ৪,৫ আৰু ৬ নৱেম্বৰত অনুষ্ঠিত হ'ব দলবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষ সামৰণি অনুষ্ঠান। তাৰ প্ৰাকক্ষণত ১৯৯০ আৰু ৯১ বৰ্ষত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলে আগবঢ়োৱা পুঁজিৰে আধুনিকীকৰণ কৰা গ্ৰন্থাগাৰটো আজি উন্মোচন কৰা হয়। ইফালে কাইলৈৰ পৰা অনুষ্ঠিত হবলগীয়া সামৰণি অনুষ্ঠান সন্দৰ্ভত এখন সংবাদ মেলো আজি সম্বোধন কৰে উদযাপন সমিতিৰ সভাপতি তথা বিধায়ক গৰাকীয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પાટણના ચડાસણા ગામે ખુલ્લા કુવામાં ચાર દિવસ થી પડેલા શ્વાન ને જીવદયાપ્રેમીઓ દ્વારા રેસકયુ કરી બહાર કઢાયું..
ગામના સરપંચ સહિત સમસ્ત ગ્રામજનો દ્વારા જીવદયા ની ભાવના સાથે કામ કરતા જીવદયાપ્રેમી ટીમ નો આભાર...
ವಿಶ್ವಸಂಸ್ಥೆಯ ಕೇಂದ್ರ ಕಚೇರಿಯಲ್ಲಿ "ಅಂತಾರಾಷ್ಟ್ರೀಯ ಯೋಗ ದಿನ"ವನ್ನು ಆಚರಣೆ ಮಾಡಲಾಯಿತು.
ನ್ಯೂಯಾರ್ಕ್ ನಗರದಲ್ಲಿನ ವಿಶ್ವಸಂಸ್ಥೆಯ ಕೇಂದ್ರ ಕಚೇರಿಯಲ್ಲಿ "ಅಂತಾರಾಷ್ಟ್ರೀಯ ಯೋಗ ದಿನ"ವನ್ನು ಆಚರಿಸಲಾಯಿತು....
नवो बाड़मेर के तहत बाड़मेर शहर में लगातार चल रहा है सफाई अभियान कचरा फैलाने वाले 18 लोगों के चालान काटे, वसूले 2200 रूपए
बाड़मेर। स्वच्छ भारत मिशन के अंतर्गत बाड़मेर शहर में नवो बाड़मेर अभियान के तहत बुधवार को बाड़मेर शहर...
मुख्यमंत्री योगी आदित्यनाथ के गोरखपुर दौरे का दूसरा दिन है
आज 29 August 2022, दिन सोमवार है. मुख्यमंत्री योगी आदित्यनाथ के गोरखपुर दौरे का दूसरा दिन है....