নলবাৰীৰ বৰভাগ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আছু আৰু অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদৰ প্ৰাৰ্থীয়ে জয় লাভ কৰিছে৷ইয়াৰে সভাপতি,সাধাৰণ সম্পাদক,সম্পাদক খেল বিভাগ,সম্পাদক সাংস্কৃতিক বিভাগ,সম্পাদিকা ছাত্ৰী জিৰণি কোঠাত আছু সমৰ্থিত প্ৰাৰ্থীৰ জয়লাভ হোৱাৰ লগতে উপ সভাপতি,আলোচনী বিভাগৰ সম্পাদক,খেল বিভাগৰ সহঃসম্পাদক,তৰ্ক আৰু আলোচনা বিভাগৰ সম্পাদকত এ জে ওৱাই চি পি সমৰ্থিত প্ৰাৰ্থীৰ জয় হৈছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
सावदा शहर कार्यकारिणी बांधनी संदर्भात वंचित बहुजन आघाडीची महत्वपूर्ण बैठक संपन्न
रावेर (प्रतिनिधी) दि. २२. रावेर तालुका वंचित बहुजन आघाडी या पक्षाची बैठक सावदा शहर...
একত্ৰীকৰণৰ বিৰোধিতা ডাঁহী চিনিঅ’ৰ চেকেণ্ডাৰী স্কুলৰ।
একত্ৰীকৰণৰ বিৰোধিতা ডাঁহী চিনিঅ’ৰ চেকেণ্ডাৰী স্কুলৰ।
શ્રી હિંગળાજ મંદિર લાખણી ખાતે વોલીબોલ ટુર્નામેન્ટ ના પ્રથમ દિવસે શ્રી હિંગળાજ વોલીબોલ ગ્રુપ લાખણી ટીમ નો ભવ્ય વિજય.
તાલુકા મથક લાખણી ખાતે શ્રી હિંગળાજ માતાજી ના પ્રાંગણ માં ગત રોજ વોલીબોલ ટુર્નામેન્ટ...
ડીસાની ભીલડી રેલ્વે પોલીસે લૂંટારુ ગેંગના મુખ્ય આરોપીને ઝડપ્યો
બનાસકાંઠામાં ચાલુ રેલવે ટ્રેનોમાં લૂંટના ગુન્હાઓને અંજામ આપનાર ટોળકીના મુખ્ય સૂત્રધારને ભીલડી...