নুমলীগড়ৰ সাংবাদিক অসীম জ্যোতি বৰায়ে শেষ নিশ্বাস ত্যাগ কৰে
জনমভূমি কাকতৰ নুমলীগড়ৰ সাংবাদিক অসীম জ্যোতি বৰাই বিষাক্ত সৰ্প দংশনত আজি বিয়লি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত শেষ নিঃশ্বাস ত্যাগ কৰে


নুমলীগড়ৰ সাংবাদিক অসীম জ্যোতি বৰায়ে শেষ নিশ্বাস ত্যাগ কৰে