লৌহমানৱ চৰ্ডাৰ বল্লৱভাই পেটেলৰ জন্মদিনতো বিগত ২০১৪ চনৰ পৰা সমগ্ৰ দেশে ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰি আহিছে । আজিৰ দিনটো তেওঁৰ জন্মদিন । আজি সমগ্ৰ দেশৰ লগতে কামৰূপ জিলাৰ পশ্চিম বড়িগোগ আঞ্চলিক মহাবিদ্যালয়তো উদযাপন কৰে। মহাবিদ্যালয় এন এছ এছ গ্ৰুপ আৰু আই কিউ এ চেলৰ যুটীয়া উদ্যোগত ছাত্ৰ ছাত্ৰী আৰু শিক্ষক কৰ্মচাৰীৰ সহযোগত অনুষ্ঠিত ৰাষ্ট্ৰীয় একতা দিৱস লগত সংগতি ৰাখি এটি একতা দৌৰৰো আয়োজন কৰে। একতা দৌৰ উদ্বোধন কৰে মহাবিদ্যালয় আই কিউ এ চেলৰ সমন্বয়ক খাইৰুজ জামানে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
शहाड फ्लाईओवर पर दोपहिया वाहन का भीषण हादसा | महिला की मौके पर ही मौत #ulhasnagar #sahad
शहाड फ्लाईओवर पर दोपहिया वाहन का भीषण हादसा | महिला की मौके पर ही मौत #ulhasnagar #sahad
વિરપુર તાલુકાના મોટા ભાગના પીકઅપ સ્ટેન્ડ જર્જરીત હાલતમાં...
વિરપુર તાલુકાના પીકઅપ બસ સ્ટેન્ડની હાલત દિવસે દિવસે કથળતી જઇ રહી છે. જેના કારણે મુસાફરોને ભારે...
રાધનપુર : પીસ્તોલ સાથે એક ઇસમની ધરપકડ | SatyaNirbhay News Channel
રાધનપુર : પીસ્તોલ સાથે એક ઇસમની ધરપકડ | SatyaNirbhay News Channel
জোনাইত ৰঞ্জনা দলেৰ সংবাদ মেল
জোনাইত ৰঞ্জনা দলেৰ সংবাদ মেল
ಕರ್ನಾಟಕ ರಾಜ್ಯ 563 ಹುಲಿಗಳ ತವರು!
ಕರ್ನಾಟಕ ರಾಜ್ಯದಲ್ಲಿ 563 ಹುಲಿಗಳಿವೆ. ಈ ಮುಖೇನ ಕರ್ನಾಟಕ ರಾಜ್ಯವು ದೇಶದಲ್ಲಿ ಅತಿ ಹೆಚ್ಚು ಹುಲಿಗಳಿರುವ 2ನೇ...