লৌহমানৱ চৰ্ডাৰ বল্লৱভাই পেটেলৰ জন্মদিনতো বিগত ২০১৪ চনৰ পৰা সমগ্ৰ দেশে ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰি আহিছে । আজিৰ দিনটো তেওঁৰ জন্মদিন । আজি সমগ্ৰ দেশৰ লগতে কামৰূপ জিলাৰ পশ্চিম বড়িগোগ আঞ্চলিক মহাবিদ্যালয়তো উদযাপন কৰে। মহাবিদ্যালয় এন এছ এছ গ্ৰুপ আৰু আই কিউ এ চেলৰ যুটীয়া উদ্যোগত ছাত্ৰ ছাত্ৰী আৰু শিক্ষক কৰ্মচাৰীৰ সহযোগত অনুষ্ঠিত ৰাষ্ট্ৰীয় একতা দিৱস লগত সংগতি ৰাখি এটি একতা দৌৰৰো আয়োজন কৰে। একতা দৌৰ উদ্বোধন কৰে মহাবিদ্যালয় আই কিউ এ চেলৰ সমন্বয়ক খাইৰুজ জামানে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
मोदी ने मांगी भजनलाल से हार की रिपोर्ट,मुलाकात क बाद हुई तमाम विषयों पर चर्चा
लोकसभा चुनाव परिणाम के बाद पहली बार राजस्थान के सीएम भजनलाल शर्मा पीएम मोदी से मिलने दिल्ली...
કમોસમી વરસાદને લઈને થયેલ નુક્સાનીનો સર્વે કરવા મામલતદારને આવેદન આપ્યુ | SatyaNirbhay News Channel
કમોસમી વરસાદને લઈને થયેલ નુક્સાનીનો સર્વે કરવા મામલતદારને આવેદન આપ્યુ | SatyaNirbhay News Channel
Jamanagar : ધારાસભ્ય રીવાબા જાડેજાએ લોક ઉપયોગી કાર્યો કરી જન્મદિવસ ઉજવ્યો | Rivaba Jadeja Birthday
Jamanagar : ધારાસભ્ય રીવાબા જાડેજાએ લોક ઉપયોગી કાર્યો કરી જન્મદિવસ ઉજવ્યો | Rivaba Jadeja Birthday
ভাৰতীয়সকলে ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ সময়ত অষ্ট্ৰেলিয়াৰ পৰা মধ্যপ্ৰাচ্যলৈকে ‘ভাৰত মাতা কি জয়’ৰ ধ্বনিৰে প্ৰতিধ্বনিত হৈছে
ব্ৰিটিছ শাসনৰ পৰা মুক্তিৰ ৭৬ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে মঙলবাৰে সমগ্ৰ বিশ্বৰ ভাৰতীয়ই ৭৭ সংখ্যক...