প্ৰসিদ্ধ চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ পৰলোক গমনে সমগ্ৰ অসমৰ লগতে নাজিৰাৰ শিল্পী , সমাজ জীৱনৰ জনগণকো ম্ৰিয়মান কৰি তুলিছে । যোৱা কালি সন্ধিয়া নাজিৰা নগৰৰ মাজমজিয়াস্থ নাট্য মন্দিৰৰ সন্মুখত নাজিৰা শিল্পী সমাজৰ সৌজন্যত প্ৰসিদ্ধ চিত্ৰশিল্পী নীলপৱন বৰুৱালৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে । নাজিৰাৰ চিত্ৰশিল্পী তথা শিক্ষক জয়ন্ত ঢেকীয়াল ফুকনে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠান আতধৰে শিল্পী অৰুণ কোঁৱৰে । অনুষ্ঠানত অনাতাৰ শিল্পী দিলীপ দাস , শিৱ প্ৰসাদ শইকীয়া , পৱন আগৰৱালা , চিত্ৰশিল্পী আলি হাইদৰ আদিকে ভালেকেইজন গণ্য - মান্য ব্যক্তিয়ে প্ৰসিদ্ধ চিত্ৰশিল্পী নীলপৱন বৰুৱালৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে শোক প্ৰকাশকৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
50MP क्वाड कैमरा और 12GB तक रैम के साथ लॉन्च हुआ दमदार फ्लिप स्मार्टफोन Huawei Pocket 2, जानिए कीमत और खूबियां
Huawei Pocket 2 स्मार्टफोन होम मार्केट चीन में लॉन्च हो चुका है। हुवावे का यह फोन 50MP क्वाड रियर...
ડોલીવાસમાં મુસ્લિમ યુવાનો દ્વારા ધ્વજ વંદન કરી સ્વતંત્ર દિવસની ઉજવણી કરાઈ.
ડોલીવાસમાં મુસ્લિમ યુવાનો દ્વારા ધ્વજ વંદન કરી સ્વતંત્ર દિવસની ઉજવણી કરાઈ.
76 માં...
Breaking News: Mumbai से फ्रैंकफर्ट जा रही फ्लाइट डायवर्ट, सुरक्षा कारणों से तुर्की में हुई लैंडिंग
Breaking News: Mumbai से फ्रैंकफर्ट जा रही फ्लाइट डायवर्ट, सुरक्षा कारणों से तुर्की में हुई लैंडिंग
মৰাণত আকাশবাণী কেন্দ্ৰৰ গীতিমঞ্জৰী অনুষ্ঠানৰ শিল্পী সকলৰ মিলন তীৰ্থ
বৃহত্তৰ মৰাণ অঞ্চলৰ যি সকল ব্যক্তিয়ে আকাশবাণী কেন্দ্ৰত গীত বা বাদ্য যন্ত্ৰ পৰিৱেশন কৰিছিল সেই সকল...
WWDC 2024: iOS 18 से AI तक जानिए कैसे खास होगा Apple का अपकमिंग इवेंट
Apple अपने सालाना इवेंट WWDC 2024 को शुरू करने की तैयारी में है। ये इवेंट 10 जून से शुरू होने...