আজি ৰাষ্ট্ৰীয় একতা দিৱস। চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মজয়ন্তী উপলক্ষ্যে একতাৰ দৌৰ। ধুবুৰী জিলাৰ পানবাৰী BSF Camp ত উদযাপন কৰা হৈছে এই ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰাৰ লগতে।

গৌৰীপুৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে ৰাষ্ট্ৰীয় একতা দিৱস পালন ।

স্বাধীনতা সংগ্ৰামী তথা ভাৰতৰ প্ৰথম গৰাকী গৃহমন্ত্ৰী লৌহমানৱ সৰ্দাৰ বল্লভভাই পেটেলৰ ১৪৭ তম জয়ন্তী দিবসৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰে। ৰাতিপুৱা ৮:৩০ বজাত সীমান্ত সুৰক্ষাৰ জোৱানসকলে একতাৰ দৌৰ অনুষ্ঠিত কৰে পানবাৰী হেডকোৱাটাৰত।