হিন্দুষ্টান পেপাৰ কৰ্পৰেচন লিমিটেড (এইচ পি চি এল)ৰ প্ৰাক্তন কৰ্মচাৰী সংস্থাৰ প্ৰতিনিধিৰ সৈতে ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান দপ্তৰৰ মন্ত্রী বিমল বড়াই এক বৈঠকত মিলিত হয়। মন্ত্রী বড়াৰ অধ্যক্ষতাত জনতা ভৱনৰ কাৰ্যালয় কক্ষত অনুষ্ঠিত সভাখনত পেপাৰ কৰ্পৰেচন লিমিটেডৰ পূর্বৰ কৰ্মচাৰী সকলৰ বাবে গঠন কৰা ট্ৰাষ্টৰ নিয়মাবলী সন্দৰ্ভত পুংখানুপুংখ আলোচনা কৰে। সভাত কৰ্মচাৰী সংস্হাৰ তৰফৰ পৰাও এই সন্দৰ্ভত বিভিন্ন পৰামৰ্শ আগবঢ়োৱা হয়। বিশেষকৈ এই কৰ্মচাৰী সকলৰ চিকিৎসা সম্পৰ্কীয় দিশবোৰ আলোচনাত আগস্হান পায়। এই ট্ৰাষ্টৰ নিয়মাবলী অতি শিঘ্ৰে চূড়ান্ত কৰা হ'ব বুলিও সভাত সিদ্ধান্ত লোৱা হয়। সভাত অসম উদ্যোগিক উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক মানবেন্দ্র প্ৰতাপ সিঙৰ লগতে অনন্য বিষয়া সকলো উপস্থিত আছিল ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Breaking: Gangster Anandpal Encounter Case में फंसे पुलिसकर्मी, अब चलेगा हत्या का मुकदमा!
Breaking: Gangster Anandpal Encounter Case में फंसे पुलिसकर्मी, अब चलेगा हत्या का मुकदमा!
લુણાવાડામાં અખિલ ભારતીય વણકર સમાજની તિરંગા રેલી યોજાઇ હતી
લુણાવાડામાં અખિલ ભારતીય વણકર સમાજની તિરંગા રેલી યોજાઇ હતી
দৰঙত বানপীড়িত অঞ্চলত বিনামূলীয়া স্বাস্থ্য শিবিৰ আয়োজন
দৰঙত বানপীড়িত অঞ্চলত বিনামূলীয়া স্বাস্থ্য শিবিৰ আয়োজন
"ব্ৰাইট চাইড ফাউডেচন" আৰু "গা'ল আপ"...
મેફેડ્રોન કેસ : ૫૭ગ્રામ ૧૧૦મિલી ગ્રામ મુદ્દામાલ સાથે બે ઇસમને પકડી પાડતી શહેર S.O.G ક્રાઇમ બ્રાન્ચ.
મેફેડ્રોન કેસ : ૫૭ગ્રામ ૧૧૦મિલી ગ્રામ મુદ્દામાલ સાથે બે ઇસમને પકડી પાડતી શહેર S.O.G ક્રાઇમ બ્રાન્ચ.
१७ वर्षापासुन विनावर्गणी चालणार्या नवनिर्माण गणेश मंडळाने वेगळेपण जपले-खा.मुंडे@news23marathi
१७ वर्षापासुन विनावर्गणी चालणार्या नवनिर्माण गणेश मंडळाने वेगळेपण जपले-खा.मुंडे@news23marathi