মাজুলীৰ প্ৰথম মঞ্চ ৰাসৰ লগতে সহ অভিনয়ে প্ৰাণ পাই গড়মূৰ সত্ৰ বংশী গোপাল নাট্য মন্দিৰত ।

আৰু ১৯২০ চনত প্ৰতিষ্ঠা লাভ কৰা এই বংশী গোপাল নাট্য মন্দিৰ অসমৰ চতুৰ্থ ৰংগমঞ্চ।